• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুক পেইজত সুৰাৰ বটলৰ ছবি; সৰ্বত্ৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 1:30 pm
wine

গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজত সুৰাৰ বটল ছবি আপলোডৰ স্ক্ৰীণশ্বটটো।

27.7k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজত সুৰাৰ বটলৰ ছবি আপলোড কৰাৰ এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

এনে অবাঞ্চিত ঘটনাৰ আঁৰৰ ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উঠিছে  ছচিয়েল মিডিয়াত।

বৃহস্পতিবাৰে হঠাতেই গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুক পেইজত দুটা সুৰাৰ বটলৰ সৈতে এটা গিলাচত কিছু ৰঙীণ পানীয় আৰু এখন প্লেটত অলপমান খোৱাবস্তুৰ ছবি ভাহি উঠে।

ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত আৰম্ভ হয় তীব্ৰ প্ৰতিক্ৰিয়া। অৱশ্যে প্ৰায় আঘাঘন্টা পাছত ঘটনাটো দৃষ্টিগোচৰ হোৱাৰ লগে লগেই ছবিখন আঁতৰাই দিয়া হয় যদিও ইতিমধ্যে ই বিয়পি পৰে।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজৰ দায়িত্বত থকা এগৰাকী কৰ্মচাৰীয়েই ভুল কৰি সুৰাৰ বটলৰ ছবি আপলোড কৰি পেলাইছিল।

ইতিমধ্যে হুইস্কিৰ বটলৰ স্ক্ৰীণশ্বট চৌদিশে বিয়পি পৰে আৰু বিভিন্নজনে তীৰ্যক মন্তব্যৰে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

বাতৰি অনুসৰি, উক্ত কৰ্মচাৰীগৰাকীয়ে গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুকৰ সৈতে নিজৰ ফেচবুক পেইজটো মিহলাই পেলোৱাৰ ফলতেই এনে অবাঞ্চিত ঘটনা হ’বলৈ পায়।

জানিব পৰা মতে, কৰ্মচাৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰি লিখিতভাৱে ক্ষমা বিচাৰিছে।

কিন্তু গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুকত আপলোড হোৱা হুইস্কিৰ বটলৰ ছবিৰ বিষয়টো  এটা দিনৰ বাবে ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ ৰয়।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd