• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত হাৰ্ডৱেৰ বয়কট কৰক : লাডাখৰ অভিযন্তা চনম ৱাংচুকৰ দেশবাসীলৈ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 8:16 am
চনম ৱাংচুক

চনম ৱাংচুক

2.8k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ অভিযন্তা চনম ৱাংচুকে চীনা ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাইছে।

চীনা ছফ্টৱেৰ এসপ্তাহৰ ভিতৰত আৰু হাৰ্ডৱেৰ এবছৰৰ ভিতৰত সকলোকে বৰ্জন কৰিবলৈ আহ্বান জনাই অভিযন্তা ৱাংচুকে তেওঁ চীনত নিৰ্মিত ফোন আৰু এপছ সমূহ এসপ্তাহৰ ভিতৰত বৰ্জন কৰিছে বুলি উল্লেখ কৰে।

‘‘আমি চীনা সামগ্ৰী সমূহ ব্যৱহাৰ কৰি চীনক ব্যৱসায়িকভাৱে ধনৰ যোগান ধৰো আৰু তেওঁলোকে এই টকা ব্যৱহাৰ কৰি তেওঁলোকৰ সৈন্যক আমাৰ বিৰুদ্ধে থিয় কৰা,’’ ৱাংচুকে কয়।

ভাৰত আৰু চীনৰ মাজত শেহতীয়াভাৱে লাডাখ সীমান্তত চলি থকা সীমা বিবাদৰ পাছতে এনেদৰে চীনৰ সামগ্ৰী বয়কট কৰাৰ বাবে আহ্বান জনায় জনপ্ৰিয় অভিযন্তা গৰাকীয়ে।

উল্লেখযোগ্য যে, চীনে লাডাখ সীমান্তত অকস্মাৎ সেনা বাহিনীৰ উপস্থিতি বৃদ্ধি কৰিছিল।

চীনক প্ৰত্যুত্তৰ দি ভাৰতেও লাডাখ সীমান্তত নিজৰ সেনা বাহিনীৰ শক্তি বৃদ্ধি কৰিছিল।

চীনে পৰৱৰ্তী সময়ত ভাৰত-চীনৰ মাজৰ সীমা বিবাদ কুটনৈতিক আলোচনাৰ মাধ্যমত শান্তিৰে সমাধা কৰা হ’ব বুলি মন্তব্য কৰে।

Recent News

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd