• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ কোভিড-১৯ত মৃত্যু; শোকস্তব্ধ বলীউদ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 7:39 am
wazid-khan-RIP

সংগীত শিল্পী ৱাজিদ খান।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ পৰলোকপ্ৰাপ্তি ঘটিছে। দেওবাৰে ৱাজিদ খানৰ মৃত্যুৰ বাতৰিয়ে বলীউদক শোকস্তব্ধ কৰি তুলিছে।

বলীউদত চাজিদ-ৱাজিদ যুটীৰ অন্যতম ৱাজিদ খানৰ মৃত্যুৰ বাতৰিয়ে ছবিজগতৰ বিশিষ্ট ব্যক্তিৰ লগতে তেওঁৰ অনুৰাগীসকলকো ব্যথিত কৰিছে।

Apply Now

বাতৰি অনুসৰি, ৱাজিদ খান কিডনীৰ ৰোগত ভূগি আছিল আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত তেওঁক মুম্বাইৰ এখন হাস্পাতলত ভৰ্তি কৰা হয়।

৪২বৰ্ষীয় ৱাজিদ খানৰ কেইমাহমান পূৰ্বে কিডনী ট্ৰান্সপ্লেন্ট কৰা হৈছিল।

তেওঁৰ স্বাস্থ্য সুস্থ নাছিল আৰু কেইদিনমান পূৰ্বে তেওঁৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

দেওবাৰে সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে।

জানিব পৰা মতে, কিডনীৰ সমস্যাৰ বাবে তেওঁৰ ইম্যুনিটি লেভেল বহুত হ্ৰাস পাই গৈছিল।

সংগীত শিল্পীগৰাকীৰ মৃত্যুত বিশিষ্ট সংগীতকাৰ চেলিম মাৰ্চেন্ট, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাকে ধৰি বিভিন্ন জনে শোক প্ৰকাশ কৰি টুইট কৰিছে।

প্ৰিয়ংকা চোপ্ৰাই টুইট কৰি ৱাজিদ খানৰ মৃত্যু এক অত্যন্ত দুখজনক খৱৰ বুলি কোৱাৰ লগতে কয়,’’এটা কথা মোৰ সদায় মনত থাকিব সেয়া হৈছে ৱাজিদ ভাইৰ হাঁহিটো।সদায়েই মিচিকয়াই থাকিছিল। বহুত সোনকালে গুচি গ’ল।‘’

Terrible news. The one thing I will always remember is Wajid bhai's laugh. Always smiling. Gone too soon. My condolences to his family and everyone grieving. Rest in peace my friend. You are in my thoughts and prayers.@wajidkhan7

— PRIYANKA (@priyankachopra) May 31, 2020

উল্লেখযোগ্য যে চাজিদ-ৱাজিদৰ যুটীয়ে চলমান খানৰ বাবে বিশেষভাৱে সংগীত ৰচনা কৰিছিল।

চলমান খনৰ দাবাং ছবিখনৰ সংগীতে সকলোৰে মন চুই গৈছিল আৰু ই জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰিছিল।

চাজিদ-ৱাজিদে ১৯৯৮চনত চলমান খানৰ ছবি ‘’প্যাৰ কিয়া তো ডৰনা কিয়া’’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

ইয়াৰ পাছতে যুটীটোৱে এখনৰ পাছত আনখন হিট ছবিৰ সংগীত ৰচনা কৰিছিল। তাৰ ভিতৰত চোৰি চোৰি, হেল্ল ব্ৰাদাৰ, মুঝছে চাদী কৰোগী, পাৰ্টনাৰ, ৱান্টেড, দাবাঙৰ দৰে ছবি আছিল।

২০০৮চনত পাৰ্টনাৰ ছবিখনত ৱাজিদ খানে গায়ক হিচাপে কণ্ঠদান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd