• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী আইন প্ৰণয়নৰ বাবে মোদী চৰকাৰক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

ৰাজ্যিক বিজেপিয়ে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ সফল বৰ্ষপুতি উপলক্ষে প্ৰধান মন্ত্ৰীক জনালে কৃতজ্ঞতা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 1, 2020 3:41 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাসে সংবাদমেল অনুষ্ঠিত কৰি মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ সফল বৰ্ষপুতিৰ বাবে ৰাজ্যিক বিজেপি ফালৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপুতিত বহু ঐতিহাসিক কাম সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰি দাসে কয়, “তিনি তালাক, ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি দেশৰ জনসাধাৰণক যি উপকৃত কৰিলে তাৰ বাবে প্ৰধান মন্ত্ৰীক পুনৰ বাৰ ধন্যবাদ জনাইছো। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম শ্ল’গানৰ জৰিয়তে আমি আগবাঢ়িব লাগিব৷”

Apply Now

‍‘‍‘অসমৰ বিদ্যুৎ সেৱাত মোদী চৰকাৰে সহায় নকৰিলে সম্প্ৰতি অন্ধকাৰত থাকিব লাগিল হৈ অসম। অসমৰ ১ কোটি মহিলাক মাহিলী ১৫০০ টকাকৈ প্ৰদান কৰিছে৷ আত্মনিভৰশীল আঁচনিৰ জৰিয়তে অসমে ১০লাখ কোটি টকা লাভ কৰিব সক্ষম হৈছে। এই চৰকাৰখনৰ হৈ কাম কৰি মই নিজকে ধন্য মানিছো’’ বুলি কয় দাসে।

অসম চৰকাৰে ৪টা বছৰত সন্ত্ৰাসবাদ নিৰ্মূলত যথেষ্ট সফল হৈছে বুলি উল্লেখ কৰি দাসে কয়, “আমাৰ চৰকাৰৰ দিনতে ধৰ্ষণৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলিছে যিটো পূৰ্বৰ কোনো চৰকাৰে এই কাম কৰা নাছিল। প্ৰতিটো সমষ্টিৰ বাট পথৰ ক্ষেএত ৰাজ্য চৰকাৰে যি ধৰণৰ ব্যৱস্থা ল’লে সেয়া হয়তু ৫০বছৰতো সম্পূৰ্ণ হৈ নুঠিলহেতেন।”

কৰ’নাৰ প্ৰতি লৰ্ক্ষ্য ৰাখি আগন্তক দিনত ডিজিটেল মাধ্যমেৰে সভা-সমিতি অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰি দাসে কয়, “গাঁৱৰ মানুহবোৰৰ মাজত আমি সোমাই যাম। আগন্তক দিনত আমি ৬টাকৈ স্থানত ভাৰ্চুৱেল ৰেলী আয়োজন কৰিম। সন্মুখত মানুহ নাথাকিব। ফেইচবুক যোগে লাইভ হ’ব। আগন্তক ৩ মাহ মানলৈ আমাৰ কৰ্মকতাই ডিজিটেলি কাম কৰি যাব। ৫০ লাখ পৰিয়ালৰ সৈতে ব্যক্তিগত ভাবে সম্পৰ্ক কৰিম।ডিজিটেলি কেম্পেইনিং কৰিম। প্ৰতিটো বুথত দুটাকৈ ৱাটচএপ গ্ৰুপ খোলা হ’ব।’’

ইফালে ক’ভিডৰ ক্ষেএত অসমে লাভ কৰা সফলতাৰ বাবে জনসাধাৰণৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd