• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জুইৰ লগত খেলা নকৰিব’ : প্ৰধানমন্ত্ৰী মোদীলৈ আহ্বান দেশৰ ২ লাখ অভিভাৱকৰ

জুলাইৰ পৰা দেশত পুনৰ খুলিব নেকি শিক্ষানুষ্ঠান? কি ক'লে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2020 8:55 pm
898092-833150-narendra-modi-5-pti
77.8k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ গৃহমন্ত্ৰালয়ে অহা জুলাইৰ পৰা দেশৰ শিক্ষানুষ্ঠানসমূহ কোলাৰ বাবে লোৱা সিদ্ধান্তক বিৰোধিতা কৰিছে শিক্ষাৰ্থীৰ অভিভাৱকসকলে।

গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ইতিমধ্যে দুই লাখ অভিভাৱকৰ স্বাক্ষৰ সম্বলিত এক আৰ্জি পেচ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।

সোমবাৰে দেশৰ ২ লাখ অভিভাৱকে স্বাক্ষৰ কৰা আৰ্জিখনত কোৱা হৈছে যে, ‘কোভিড১৯ শূন্য নোহোৱা’ পৰ্যন্ত দেশৰ শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰিব নালাগে।’

আনকি অভিভাৱকসকলৰ মতে জুলাইত শিক্ষানুষ্ঠান পুনৰ আৰম্ভ কৰাতো জুইৰ লগত খেলা কৰাৰ দৰেই হ’ব।

শনিবাৰে দেশৰ অভিভাৱকসকলে স্বাক্ষৰ কৰিবলৈ আৰম্ভ কৰা এই আৰ্জিত কোৱা হৈছে যে ‘জুলাইত শিক্ষানুষ্ঠান পুনৰ খোলা সিদ্ধান্তটো চৰকাৰৰ এটা নিকৃষ্টতম সিদ্ধান্ত। ই এটা পাগলামি হ’ব। ই হ’ব জুইৰ লগত খেলা কৰাৰ দৰে এটা কাৰবাৰ। পিতৃ-মাতৃসকলে এই বুৰ্বকামিৰ বিৰুদ্ধে যুঁজ কৰা উচিত। এটিও শিশুক বিদ্যালয়লৈ পঠোৱা উচিত নহ’ব।’

আৰ্জিখনত কোৱা হৈছে যে যদি শিক্ষাবৰ্ষটো নষ্ট নকৰি আগুৱাই নিব খোজে তেনে চৰকাৰে ই-লাৰ্ণিঙৰ ব্যৱস্থা কৰিব পাৰে।

শিশুসকলে হাত চেনিটাইজ কৰা আৰু শাৰীৰিক দূৰত্ব ৰক্ষা কৰা ধাৰণাটো ভাল নহয় বুলিও অভিভাৱকসকলে উল্লেখ কৰিছে।

অৱশ্যে গৃহ মন্ত্ৰালয়ে জুলাইৰ পৰা শিক্ষানুষ্ঠান পুনৰ খোলাৰ বাবে সেউজ সংকেট দিলেও কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে এতিয়াও এই সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

কেন্দ্ৰীয় স্বাস্থ্য আৰু গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিহে মানৱ উন্নয়ন দপ্তৰে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছে মানৱ উন্নয়ন দপ্তৰৰ এক শীৰ্ষ বিষয়াই।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd