• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ সংগ্ৰহালয়ৰ দ্বাৰ মুকলি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 5, 2020 8:25 pm
অনুষ্ঠানত পিতাম্বৰ দেৱ গোস্বামী আৰু লুৰিণজ্যোতি গগৈ

অনুষ্ঠানত পিতাম্বৰ দেৱ গোস্বামী আৰু লুৰিণজ্যোতি গগৈ

64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটীত সত্ৰৰ একাদশ সত্ৰাধিকাৰ বৈকুণ্ঠী দেৱদত্তদেৱ গোঁসাই ঈশ্বৰৰ দ্বাৰা প্ৰতিষ্ঠিত যোৰহাটৰ ভট্টাচাৰ্য্য পৰিয়ালৰ যোগেদি প্ৰাপ্ত ধৰ্ম প্ৰকাশ যন্ত্ৰসহিতে বহু সংখ্যক দুৰ্লভ সম্পদেৰে পৰিপূৰ্ণ এটা সংগ্ৰাহালয় আজি যোৰহাট জিলাৰ  টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ প্ৰাংগণত শুভাৰম্ভ কৰা হয় ।

উল্লেখযোগ্য যে, এই ছপা যন্ত্ৰটি ১৮৬৯ চনত ইংলেণ্ডত তৈয়াৰ কৰাৰ পাছত কলকতাৰ পৰা সংগ্ৰহ কৰি এই সত্ৰলৈ অনা হৈছিল।

Apply Now

সংগৃহীত এই সম্পদ সমূহৰ ভিতৰত পৌৰাণিক বিবাহ কাৰ্যত ব্যৱহৃত দোলা, পিতলৰ শৰাই, সিংহাসন, হাতী দাঁতৰ খৰম, হাতী দাঁতৰ জপা, সাঁচিপাতৰ পুথি, ফুল বচা ৰূপৰ শৰাই, কাঠৰ কৃষ্ণ মূৰ্তি, ৰূপৰ বান বাতি, ৰূপৰ ঢগধগী লোটা, কাঁহৰ ৰজা দিনীয় বৰথাল আদি কৰি প্ৰায় তিনিশৰো অধিক দুষ্প্ৰাপ্য সম্পদ দর্শনাৰ্থীৰ বাবে চোৱাৰ সুব্যৱস্থা কৰিছে।

উক্ত অনুষ্ঠান শুভাৰম্ভ কৰে সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থকা উদ্বোধনী অনুষ্ঠানটিত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ লগতে শ্ৰী শ্ৰী পুনিয়া সত্ৰৰ নীলমণি গোস্বামী, প্ৰাক্তন অৱসৰ প্ৰাপ্ত অধ্যক্ষ টুৱাৰাম খনিকৰ, অনন্ত শৰ্মা, ৰাজু দাসকে ধৰি ভালে সংখ্যক বৈষ্ণৱ ভক্ত উপস্থিত থাকে।

ক’ৰ’না মহামাৰী সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰী সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি সমগ্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় আজিৰ এই বিশেষ দিনটোত।

অনুষ্ঠানত সত্ৰাধিকাৰ আৰু আছুৰ সাধাৰণ সম্পাদক দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এই সংগ্ৰাহলয়লৈ কোনো ব্যক্তিৰ ঘৰত থকা ঐতিহাসিক সমল মুক্তহস্তে দান কৰি সংগ্ৰাহলয়টি আৰু অধিক আকৰ্ষণীয় কৰিবলৈ আহ্বান জনায়।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd