DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ সংগ্ৰহালয়ৰ দ্বাৰ মুকলি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 5, 2020 8:25 pm
অনুষ্ঠানত পিতাম্বৰ দেৱ গোস্বামী আৰু লুৰিণজ্যোতি গগৈ

অনুষ্ঠানত পিতাম্বৰ দেৱ গোস্বামী আৰু লুৰিণজ্যোতি গগৈ

1.8k
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটীত সত্ৰৰ একাদশ সত্ৰাধিকাৰ বৈকুণ্ঠী দেৱদত্তদেৱ গোঁসাই ঈশ্বৰৰ দ্বাৰা প্ৰতিষ্ঠিত যোৰহাটৰ ভট্টাচাৰ্য্য পৰিয়ালৰ যোগেদি প্ৰাপ্ত ধৰ্ম প্ৰকাশ যন্ত্ৰসহিতে বহু সংখ্যক দুৰ্লভ সম্পদেৰে পৰিপূৰ্ণ এটা সংগ্ৰাহালয় আজি যোৰহাট জিলাৰ  টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ প্ৰাংগণত শুভাৰম্ভ কৰা হয় ।

উল্লেখযোগ্য যে, এই ছপা যন্ত্ৰটি ১৮৬৯ চনত ইংলেণ্ডত তৈয়াৰ কৰাৰ পাছত কলকতাৰ পৰা সংগ্ৰহ কৰি এই সত্ৰলৈ অনা হৈছিল।

সংগৃহীত এই সম্পদ সমূহৰ ভিতৰত পৌৰাণিক বিবাহ কাৰ্যত ব্যৱহৃত দোলা, পিতলৰ শৰাই, সিংহাসন, হাতী দাঁতৰ খৰম, হাতী দাঁতৰ জপা, সাঁচিপাতৰ পুথি, ফুল বচা ৰূপৰ শৰাই, কাঠৰ কৃষ্ণ মূৰ্তি, ৰূপৰ বান বাতি, ৰূপৰ ঢগধগী লোটা, কাঁহৰ ৰজা দিনীয় বৰথাল আদি কৰি প্ৰায় তিনিশৰো অধিক দুষ্প্ৰাপ্য সম্পদ দর্শনাৰ্থীৰ বাবে চোৱাৰ সুব্যৱস্থা কৰিছে।

উক্ত অনুষ্ঠান শুভাৰম্ভ কৰে সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীয়ে।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থকা উদ্বোধনী অনুষ্ঠানটিত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ লগতে শ্ৰী শ্ৰী পুনিয়া সত্ৰৰ নীলমণি গোস্বামী, প্ৰাক্তন অৱসৰ প্ৰাপ্ত অধ্যক্ষ টুৱাৰাম খনিকৰ, অনন্ত শৰ্মা, ৰাজু দাসকে ধৰি ভালে সংখ্যক বৈষ্ণৱ ভক্ত উপস্থিত থাকে।

ক’ৰ’না মহামাৰী সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰী সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি সমগ্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় আজিৰ এই বিশেষ দিনটোত।

অনুষ্ঠানত সত্ৰাধিকাৰ আৰু আছুৰ সাধাৰণ সম্পাদক দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে এই সংগ্ৰাহলয়লৈ কোনো ব্যক্তিৰ ঘৰত থকা ঐতিহাসিক সমল মুক্তহস্তে দান কৰি সংগ্ৰাহলয়টি আৰু অধিক আকৰ্ষণীয় কৰিবলৈ আহ্বান জনায়।

Recent News

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd