• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাত ক’ভিড আক্ৰান্ত ৮০৩লৈ বৃদ্ধি, নতুনকৈ চিনাক্ত ৫৩

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 5:02 pm
642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

3k
VIEWS
Share on FacebookShare on Twitter

আৰু ৫৩গৰাকী ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে ত্ৰিপুৰাত মুঠ আক্ৰান্ত দেওবাৰে ৮০৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ চিনাক্ত ক’ভিড আক্ৰান্তসকলক ৪৯গৰাকী চেপাহিজালা আৰু চাৰিগৰাকী গোমাতি জিলাৰ।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰত এই তথ্য সদৰী কৰি কয় যে আক্ৰান্তসকলৰ আটাইকেইগৰাকী চেন্নাইৰ পৰা ৰেলত ৰাজ্যলৈ ঘূৰি আহিছিল।

তেওঁলোকে লগতে জনায় যে ১১৫৩টা নমুনা পৰীক্ষাৰ অন্তত এইসকল লোকক ক’ভিড পজিটিভ পোৱা গৈছে।

ৰাজ্যখনত এতিয়ালৈকে ক’ভিড-১৯ত এজন ব্যক্তিৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰত উল্লেখ কৰিছে।

5️⃣3️⃣ people (Sepahijala Dist: 49 & Gomati Dist: 4) found COVID-19 #POSITIVE in Tripura out of 1153 samples tested. All of them have returned from Chennai by train.

↗️Confirmed case: 803
↗️Active case: 607
↗️Discharge: 192
↗️Migrated: 3
↗️Unnatural Death: 1#TripuraCOVID19Count

— Biplab Kumar Deb (@BjpBiplab) June 7, 2020

১৯২গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

ত্ৰিপুৰাত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৬০৭গৰাকী।

Recent News

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

মেঘালয়ত দুটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ!

নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

নগদ ধনৰ গোচৰত উচ্চস্তৰীয় সমিতিৰ বিৰুদ্ধে গোচৰ, সোমবাৰে ন্যায়াধীশ বাৰ্মাৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

এনচিইআৰটি-ৰ উদ্যোগত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ! শিকোৱা হ’ব সেনাৰ বীৰ কাহিনী

গৰমত ৰ’দৰ পৰা নিজৰ ছালখন কেনেকৈ ৰক্ষা কৰিব?‎

গৰমত ৰ’দৰ পৰা নিজৰ ছালখন কেনেকৈ ৰক্ষা কৰিব?‎

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd