• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী চৰকাৰে এই একাউন্টসমূহত ভৰাই দিব ৩৬হাজাৰকৈ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 9:42 am
prime-minister-narendra-modi-759-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

98.4k
VIEWS
Share on FacebookShare on Twitter

কৰ’না মহামাৰীৰ আতংকৰ মাজতে সাধাৰণ নাগৰিকৰ বাবে এটা ভাল খৱৰ।

কেন্দ্ৰৰ মোদী চৰকাৰে দেশৰ সাধাৰণ নাগৰিকৰ বেংক একাউন্টত বছৰি ৩৬,০০০টকাকৈ দিবলৈ সিদ্ধান্ত লৈছে।

প্ৰকৃততে,আৰ্ত আৰু দৰিদ্ৰ জনসাধাৰণক বিত্তীয় সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি বিভিন্ন আঁচনি আৰম্ভ কৰিছে।

ইয়াৰ অধীনত নগদকে বা আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দৰিদ্ৰ, শাৰীৰিকভাৱে অক্ষম, বিধৱা তথা জ্যেষ্ঠ নাগৰিকসকলৰ একাউন্টত প্ৰত্যক্ষভাৱে উপলব্ধ কৰা হৈছে।

ইপিনে, কৰ’নাৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে যাৰ এক বৃহৎ অংশ সমাজৰ আৰ্ত লোকসকলৰ বাবে ধাৰ্য কৰা হৈছে।

এই আঁচনিবোৰৰ এটা হৈছে ‘প্ৰধান মন্ত্ৰী শ্ৰম যোগী মন ধন যোজনা’ আঁচনি।

উক্ত ‘প্ৰধান মন্ত্ৰী শ্ৰম যোগী মন ধন যোজনা’ৰ অধীনত চৰকাৰে জাৱৰ উঠোৱা, ঘৰুৱা বনকৰা, ৰিক্সাচালক, কৃষি শ্ৰমিকৰ দৰে দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকক বিত্তীয় সাহায্য দিয়া আগবঢ়াইছে।

এই আঁচনিৰ অধীনত ৬০বছৰ বয়সৰ পাছত চৰকাৰে বছৰি ৩৬হাজাৰ টকাকৈ পেঞ্চন দিব।

এক তথ্য অনুসৰি, দেশৰ ৪২কোটিতকৈয়ো অধিক শ্ৰমিকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব।

তদুপৰি, চৰকাৰে লগতে প্ৰধান মন্ত্ৰী কিষান মন ধন যোজনা আৰু ক্ষুদ্ৰ ব্যৱসায়িক পেঞ্চন আঁচনিও আৰম্ভ কৰিছে। এই আঁচনিৰ বাবে যোৱা ৬ মে’লৈকে প্ৰায় ৬৪.৫ লাখ লোকে পঞ্জীয়ন কৰিছে।

অসংগঠিত খণ্ডৰ লোকৰ বাবে গ্ৰহণ কৰা এই আঁচনিত পঞ্জীয়নৰ বাবে আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

তদুপৰি, মাহিলী আয় ১৫,০০০টকাৰ অধিক হ’ব নালাগিব।

এই আঁচনিৰ বাবে পঞ্জীয়ন ওচৰত থকা উমৈহতীয়া সেৱা কেন্দ্ৰলৈ গৈ বা ইপিএপঅ’ৰ ৱেবছাইটত গৈয়ো কৰিব পাৰিব।

ইয়াৰ উপৰি, কোনোৱে এল আই চিৰ ব্ৰাঞ্চ অফিচ, ESIC, EPFO বা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত গৈয়ো আবেদন কৰিব পাৰে।

মনত ৰাখিবলগীয়া কথাটো হ’ল আবেদনৰ বাবে আধাৰ কাৰ্ড, চেভিং বা জন ধন একাউন্ট আৰু IFSC কোডৰ সৈতে মোবাইল নাম্বাৰ এই তিনিটা বস্তু প্ৰয়োজন।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd