• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰে এই একাউন্টসমূহত ভৰাই দিব ৩৬হাজাৰকৈ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2020 9:42 am
prime-minister-narendra-modi-759-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ আতংকৰ মাজতে সাধাৰণ নাগৰিকৰ বাবে এটা ভাল খৱৰ।

কেন্দ্ৰৰ মোদী চৰকাৰে দেশৰ সাধাৰণ নাগৰিকৰ বেংক একাউন্টত বছৰি ৩৬,০০০টকাকৈ দিবলৈ সিদ্ধান্ত লৈছে।

Apply Now

প্ৰকৃততে,আৰ্ত আৰু দৰিদ্ৰ জনসাধাৰণক বিত্তীয় সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি বিভিন্ন আঁচনি আৰম্ভ কৰিছে।

ইয়াৰ অধীনত নগদকে বা আন অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দৰিদ্ৰ, শাৰীৰিকভাৱে অক্ষম, বিধৱা তথা জ্যেষ্ঠ নাগৰিকসকলৰ একাউন্টত প্ৰত্যক্ষভাৱে উপলব্ধ কৰা হৈছে।

ইপিনে, কৰ’নাৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে যাৰ এক বৃহৎ অংশ সমাজৰ আৰ্ত লোকসকলৰ বাবে ধাৰ্য কৰা হৈছে।

এই আঁচনিবোৰৰ এটা হৈছে ‘প্ৰধান মন্ত্ৰী শ্ৰম যোগী মন ধন যোজনা’ আঁচনি।

উক্ত ‘প্ৰধান মন্ত্ৰী শ্ৰম যোগী মন ধন যোজনা’ৰ অধীনত চৰকাৰে জাৱৰ উঠোৱা, ঘৰুৱা বনকৰা, ৰিক্সাচালক, কৃষি শ্ৰমিকৰ দৰে দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকক বিত্তীয় সাহায্য দিয়া আগবঢ়াইছে।

এই আঁচনিৰ অধীনত ৬০বছৰ বয়সৰ পাছত চৰকাৰে বছৰি ৩৬হাজাৰ টকাকৈ পেঞ্চন দিব।

এক তথ্য অনুসৰি, দেশৰ ৪২কোটিতকৈয়ো অধিক শ্ৰমিকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব।

তদুপৰি, চৰকাৰে লগতে প্ৰধান মন্ত্ৰী কিষান মন ধন যোজনা আৰু ক্ষুদ্ৰ ব্যৱসায়িক পেঞ্চন আঁচনিও আৰম্ভ কৰিছে। এই আঁচনিৰ বাবে যোৱা ৬ মে’লৈকে প্ৰায় ৬৪.৫ লাখ লোকে পঞ্জীয়ন কৰিছে।

অসংগঠিত খণ্ডৰ লোকৰ বাবে গ্ৰহণ কৰা এই আঁচনিত পঞ্জীয়নৰ বাবে আবেদনকাৰীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

তদুপৰি, মাহিলী আয় ১৫,০০০টকাৰ অধিক হ’ব নালাগিব।

এই আঁচনিৰ বাবে পঞ্জীয়ন ওচৰত থকা উমৈহতীয়া সেৱা কেন্দ্ৰলৈ গৈ বা ইপিএপঅ’ৰ ৱেবছাইটত গৈয়ো কৰিব পাৰিব।

ইয়াৰ উপৰি, কোনোৱে এল আই চিৰ ব্ৰাঞ্চ অফিচ, ESIC, EPFO বা কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগৰ কাৰ্যালয়ত গৈয়ো আবেদন কৰিব পাৰে।

মনত ৰাখিবলগীয়া কথাটো হ’ল আবেদনৰ বাবে আধাৰ কাৰ্ড, চেভিং বা জন ধন একাউন্ট আৰু IFSC কোডৰ সৈতে মোবাইল নাম্বাৰ এই তিনিটা বস্তু প্ৰয়োজন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd