• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদিবাসী ভাষাৰ প্ৰথমখন চলচ্চিত্ৰৰ নিৰ্মাতা প্ৰাক্তন বিধায়ক পদ্ম কৈৰীৰ মৃত্যু

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 8, 2020 2:29 pm
409
VIEWS
Share on FacebookShare on Twitter

আদিবাসী ভাষাৰ প্ৰথমখন চলচ্চিত্ৰৰ নিৰ্মাতা, বিশ্বনাথৰ প্ৰাক্তন বিধায়ক তথা অসমীয়া ছবিজগতৰ এগৰাকী পৰিচিত অভিনেতা পদ্মনাথ কৈৰীৰ আজি দেহাৱসান ঘটে।

আজি পুৱা প্ৰায় ৬ বজাত গুৱাহাটীৰ ডাউন টাউন হস্পিতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাৰ (সাধাৰু) নিবাসী কৈৰীৰ শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি হস্পিতালখনত চিকিৎসা চলি আছিল।

উল্লেখযোগ্য যে ১৯৮৫ চনত বিশ্বনাথ বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা কৈৰী ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে সাংস্কৃতিক আৰু চলচ্চিত্ৰ জগতৰো এটা পৰিচিত নাম।

তেওঁ প্ৰথমখন আদিবাসী জনগোষ্ঠীৰ বোলছবি ‘বুধু-অৰ্জুন’ নিৰ্মাণ কৰাৰ লগতে ছবিখনৰ বুধু চৰিত্ৰটোত অভিনয় কৰিছিল। ইয়াৰ উপৰি ৰঙানদী, ৰতনলাল আদি কেইবাখনো অসমীয়া ছবিতো তেওঁ অভিনয় কৰিছে।

From political to cultural arena, Padmanath Koiri had greatly contributed towards the upliftment of Tea tribes communities of Assam.

My condolences on the sad demise of noted actor, filmmaker and former Biswanath MLA. May the departed soul Rest in Peace. pic.twitter.com/AaZe1Ux5nK

— Sarbananda Sonowal (@sarbanandsonwal) June 8, 2020

পদ্ম কৈৰীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে শোক প্ৰকাশ কৰাৰ লগতে চাহ জনগোষ্ঠীৰ উন্নতিৰ লগতে ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে।  প্ৰয়াত কৈৰীয়ে পত্নী, দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায়।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd