• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰণিগুদামৰ মহামৃত্যুঞ্জয় মন্দিৰ শুভ উদ্বোধন কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
June 8, 2020 9:59 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে চৰকাৰী নিৰ্দেশনা অনুযায়ী সোমাবাৰৰ পৰা নগাঁও জিলাৰ ভেৰভেৰিস্থিত নৰসিংহ ক্ষেত্ৰত নিৰ্মীয়মান ১২৬ ফুট উচ্চতাৰ বিশ্বৰ ভিতৰেই সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ ৰূপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰো মুকলি হয় ভক্তৰ বাবে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত অন্যান্য মঠ-মন্দিৰ-দেৱালয়, মছজিদ, গীৰ্জা আদি বিভিন্ন উপাসনা থলী সমূহৰ লগতে মহামৃত্যুঞ্জয় মন্দিৰৰো প্ৰবেশ দ্বাৰ ভক্ত সকলৰ বাবে বন্ধ কৰি থোৱা হৈছিল।

Apply Now

দীঘলীয়া বিৰতিৰ অন্তত পুনৰ সোমাবাৰে পুৱাৰ ভাগৰে পৰা সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা মানি নগাঁৱৰ পুৰণিগুদাম ভেৰভেৰীত থকা মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ ৰাইজৰ বাবে মুকলি কৰি দিছে।

আনহাতে নগাঁও জিলাৰ পুৰণিগুদামৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ২০১০ চনৰ পৰা নিৰ্মাণ কাৰ্য চলি থকা ১২৬ফুট উচ্চতাৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষতে সম্পন্ন হ’ব বুলি জানিবলৈ দিছে পৰিচালনা কমিটিৰ বিষয়-ববীয়া সকলে।

অৱশ্যে বৰ্তমান অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ জিতু গোস্বামীয়ে মন্দিৰৰ নিৰ্মাণ কাৰ্যত উঠি পৰি লাগি থকাও পৰিলক্ষিত হৈছে।

প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ৪ চাৰিখনকৈ দুৱাৰ থাকিব লগা বিশ্বৰ ভিতৰতে সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ ভাগৰ ভিতৰত একলগে ৪ হাজাৰ ভক্তই আৱাগমণ কৰাৰ লগতে বহিঃ অংশত মন্দিৰৰ চৌপাশে ১০ হাজাৰ ভক্তই একেলগে পৰিক্ৰমা কৰিব পাৰিব বুলি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰবীণ গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

আনহাতে মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণ সমিতিৰ নৱ নিযুক্ত অধ্যক্ষ তথা অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অহা ডিচেম্বৰ মাহত নৰসিংহ ক্ষেত্ৰত থকা নৱ নিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰ ভাগ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত উদ্বোধন কৰাৰ পৰিকল্পনা পৰিচালনা কমিটিয়ে কৰিছে বুলি জানিব পৰা গৈছে।

তদুপলক্ষে চলিত বৰ্ষৰ ২৯ ডিচেম্বৰৰ পৰা নৱবৰ্ষৰ ৪ জানুৱাৰীলৈকে ১০৮ কুণ্ডৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞৰে শুভ উদ্বোধন সমাৰোহ অনুষ্ঠিত কৰিছে উদ্যোক্তা মণ্ডলিয়ে।

এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ আগমনৰ খবৰ পাই বৃহত্তৰ পুৰণিগুদাম অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। যাৰ বাবে এতিয়া মন্দিৰ সমিতিয়ে যুদ্ধকালীন তৎপৰতাৰে মন্দিৰ নিৰ্মাণৰ লগতে অন্যান্য কাম-কাজৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd