• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৮ দিন ভেণ্টিলেটৰত থাকি ক’ৰ’নাক পৰাভূত কৰিলে এটি ৪ মহীয়া দেৱশিশুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2020 10:18 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওঠৰ দিন একেৰাহে ভেণ্টিলেটৰত থাকি ক’ৰ’না ভাইৰাছত পৰাভূত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এটা চাৰি মহীয়া শিশুৱে।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ চাৰিমহীয়া শিশুটোৱে ১৮ দিন ভেণ্টিলেটৰত চিকিৎসা গ্ৰহণ কৰাৰ পাছত ক’ৰ’নাৰ পৰা মুক্তি লাভ কৰে।

Apply Now

বিশাখাপট্টনমৰ জিলা উপায়ুক্ত বিনয় চান্দে ক’ৰ’না আক্ৰান্ত হোৱা শিশুটিক শুকুৰবাৰে আবেলি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় বুলি জনায়।

শিশুটোৱে চিকিৎসালয় এৰাৰ সময়ত চিকিৎসালয়খনৰ চিকিৎসককে ধৰি চিকিৎসাকৰ্মী সকলে হাত চাপৰি বজায় অভিবাদন জ্ঞাপন কৰে।

ক’ৰ’না আক্ৰান্ত হোৱা শিশুটিৰ মাতৃ বিগত মে’ত ক’ৰ’না আক্ৰান্ত হৈছিল আৰু মাতৃৰ পৰাই শিশুটিৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিছিল।

ক’ৰ’নাৰ লক্ষণ দেখা শিশুটিক প্ৰথমে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত শিশুটিৰ অৱস্থা অধিক শোচনীয় হ’ব ধৰাত ভেণ্টিলেটৰলৈ লৈ যোৱা হয় আৰু সুদীৰ্ঘ ১৮ দিন ভেণ্টিলেটৰত চিকিৎসাৰ অন্তত শুকুৰবাৰে শিশুটিক ক’ৰ’না নিগেটিভ ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

ইয়াৰ পূৰ্বেও মহাৰাষ্ট্ৰত এগৰাকী ৩৪ দিনীয় শিশু চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd