• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৮ দিন ভেণ্টিলেটৰত থাকি ক’ৰ’নাক পৰাভূত কৰিলে এটি ৪ মহীয়া দেৱশিশুৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2020 10:18 am

1 min read

১৮ দিন ভেণ্টিলেটৰত থাকি ক’ৰ’নাক পৰাভূত কৰিলে এটি ৪ মহীয়া দেৱশিশুৱে

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.3k
VIEWS
Share on FacebookShare on Twitter

ওঠৰ দিন একেৰাহে ভেণ্টিলেটৰত থাকি ক’ৰ’না ভাইৰাছত পৰাভূত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এটা চাৰি মহীয়া শিশুৱে।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ চাৰিমহীয়া শিশুটোৱে ১৮ দিন ভেণ্টিলেটৰত চিকিৎসা গ্ৰহণ কৰাৰ পাছত ক’ৰ’নাৰ পৰা মুক্তি লাভ কৰে।

বিশাখাপট্টনমৰ জিলা উপায়ুক্ত বিনয় চান্দে ক’ৰ’না আক্ৰান্ত হোৱা শিশুটিক শুকুৰবাৰে আবেলি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় বুলি জনায়।

শিশুটোৱে চিকিৎসালয় এৰাৰ সময়ত চিকিৎসালয়খনৰ চিকিৎসককে ধৰি চিকিৎসাকৰ্মী সকলে হাত চাপৰি বজায় অভিবাদন জ্ঞাপন কৰে।

ক’ৰ’না আক্ৰান্ত হোৱা শিশুটিৰ মাতৃ বিগত মে’ত ক’ৰ’না আক্ৰান্ত হৈছিল আৰু মাতৃৰ পৰাই শিশুটিৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিছিল।

ক’ৰ’নাৰ লক্ষণ দেখা শিশুটিক প্ৰথমে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত শিশুটিৰ অৱস্থা অধিক শোচনীয় হ’ব ধৰাত ভেণ্টিলেটৰলৈ লৈ যোৱা হয় আৰু সুদীৰ্ঘ ১৮ দিন ভেণ্টিলেটৰত চিকিৎসাৰ অন্তত শুকুৰবাৰে শিশুটিক ক’ৰ’না নিগেটিভ ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

ইয়াৰ পূৰ্বেও মহাৰাষ্ট্ৰত এগৰাকী ৩৪ দিনীয় শিশু চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছিল।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd