• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰৰ দায়িত্ব ল’লে বিজেপি নেতা সুৰঞ্জন দত্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2020 4:18 pm
7.8k
VIEWS
Share on FacebookShare on Twitter

কালি দিন দুপৰতে দলবদ্ধ আক্ৰমণৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰৰ দায়িত্ব ল’লে বিজেপি নেতা সুৰঞ্জন দত্তই।

সুৰঞ্জন দত্ত বিজেপিৰ মিডিয়া পেনেলিষ্টৰ দায়িত্বত আছে।

শনিবাৰে দত্তই ফেচবুকযোগে এই কথা সদৰী কৰাৰ লগতে কমাৰ্চ পইণ্টস্থিত ঋতুপৰ্ণৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে বুলি জনায়।

উল্লেখযোগ্য যে, কালি মহানগৰী নুনমাটিত দূৰ্বৃত্তৰ চুৰিকাঘাতত প্ৰাণ হেৰুৱাইছিল ঋতুপৰ্ণ পেগুৱে।

তেওঁৰ মৃত্যুৰ পাছত ৯ মহীয়া সন্তানটিক লৈ দিশহাৰা হৈ পৰিছিল তেওঁৰ পত্নী। কিয়নো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মৃত ঋতুপৰ্ণ পেগু।

ইয়াৰ পাছতেই আজি ফেচবুকযোগে ‘ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰ গেৰি পেগুক গঢ় দিয়াৰ দায়িত্ব ল’লো’ বুলি মন্তব্য আগবঢ়াইছে বিজেপি নেতাজনে।

ইপিনে, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত হুছেইন আলি, দুলাল আলি, ইব্ৰাহিম আলি, মনোৱাৰা খাতুন আৰু আৰমান আলিক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে।

আৰমান আলি ঘটনা সংঘটিত হোৱা দোকানখনৰ স্বত্ত্বাধিকাৰী আৰু হুছেইন আলি দোকানখনৰ কৰ্মচাৰী।

ধৃত লোককেইজনৰ বিৰুদ্ধে নুনমাটি আৰক্ষীয়ে ২৯৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩০২ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰে।

বৰ্তমান নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Recent News

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

পত্নীৰ প্ৰয়োজন পূৰণৰ বাবে চাকৰি এৰি ডকাইতিত ধৰিল যুৱকে! বিয়াৰ এমাহৰ পাছত গ্ৰেপ্তাৰ উচ্চশিক্ষিত ব্যক্তি

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

অভিযন্তা যোশিতা দাসৰ আত্মহত্যা- অসম চৰকাৰৰ অভ্যন্তৰীণ বিভাগত চলা দুৰ্নীতি-অনিয়মৰ চূড়ান্ত পৰিণামঃ ডিৱাইএফআই

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আৰক্ষী উপ-আয়ুক্তই মদ্যপান কৰি থানাৰ ভিতৰতে কৰিলে বমি! কৰ্মচাৰীক চাফাই কৰিবলৈ বাধ্য কৰাই বিৰ্তকত বিষয়া, কিন্তু ক’ত?

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

আইনী মেৰপাকত ক্ৰিকেটাৰ নীতিশ কুমাৰ ৰেড্ডীঃ ৫ কোটি টকাৰ অনাদায় ধনৰ বিৰুদ্ধে গোচৰ ৰুজু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd