• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰুৱা ক্ৰিকেটৰ মহান বেটছমেন ৱাছিম জাফাৰে BCCI ক দিছে কেতবোৰ পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2020 5:08 pm
wasim-jaffer

ৱাছিম জাফৰ

662
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতৰ প্ৰাক্তন অপেনিং বেটছমেন আৰু ঘৰুৱা মহান ক্ৰিকেটাৰ ৱাছিম জাফাৰে বি চি চি আইক প্ৰদান কৰিছে কেতবোৰ পৰামৰ্শ।

জাফাৰে নিজৰ পৰামৰ্শত কৈছে যে ক’ৰ’নাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ বিজয় হাজাৰে, দিলীপ ট্ৰফি আৰু দেওধৰ ট্ৰফি বাতিল কৰি দিব লাগে।

তেওঁ লগতে কয় যে এই টুৰ্ণামেণ্টৰ ৰাহি হোৱা সময়খিনি ৰঞ্জি ট্ৰফি আৰু চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত ব্যৱহাৰ কৰিব লাগে।

ৱাছিম জাফাৰে এইটো সুনিশ্চিত কৰিব বিচাৰে যে খেলুৱৈসকলে আৰামৰ বাবে যাতে পৰ্যাপ্ত পৰিমানৰ সময় পাই আৰু বিভিন্ন টুৰ্ণামেণ্টৰ বাবে যাতে দৌৰাদৌৰি নহয়।

তেওঁ লগতে কয়, ‍‘ক্ৰিকেট আৰম্ভ হ’লে প্ৰথম আই পি এল অনুষ্ঠিত হোৱাটো বিচাৰো। আই পি এল শেষ হোৱাৰ পিছত ইৰাণী ট্ৰফি অনুষ্ঠিত কৰিব লাগে। কিয়নো প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱা সৌৰাষ্ট্ৰই এই টুৰ্ণামেণ্ট খেলিবলৈ পোৱাটো মই বিচাৰো’।

‍‘ইয়াৰ পিছতহে ৰঞ্জি ট্ৰফি আৰম্ভ কৰিব লাগে। আহা বছৰ আই পি এলৰ নিলামৰ পূৰ্বে চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট আয়োজন কৰিব লাগে’, বুলিও জাফাৰে মন্তব্য কৰে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd