• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰহস্য! উৰিষ্যাৰ প্ৰাক্তন ফুটবলাৰৰ অসমত মৃত্যু; মিজোৰামলৈ প্ৰেৰণ কৰা হ’ল মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 8:17 am
Naresh-750x430-1

ফটো সৌজন্য: kalingatv.com

7.6k
VIEWS
Share on FacebookShare on Twitter

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (অ’এনজিচি)ৰ প্ৰাক্তন কৰ্মচাৰী তথা উৰিষ্যাৰ এগৰাকী প্ৰাক্তন ফুটবলাৰ নৰেশ অকুলাৰ অসমত হাস্পাতলত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱা ১০ জুনত মৃত্যু হয়।

আনহাতে, বাতৰি অনুসৰি নৰেশৰ মৃতদেহটো উৰিষ্যাৰ গঞ্জাম জিলাৰ ভঞ্জানগৰত বাস কৰা তেওঁৰ পৰিয়ালৰ সদস্যই নাপালে কিয়নো অ’এনজিচিয়ে মৃতদেহটো মিজোৰামলৈ পঠিয়াই দিয়ে।

অ’এনজিচিৰ বিষয়াই জানিবলৈ দি কয় যে পৰিয়ালৰ সদস্য লাল মুৱান কুই নামৰ মিজোৰামৰ এগৰাকী মহিলা মৃতদেহটোৰ দাবীদাৰ আছিল কিয়নো অফিচৰ ৰেকৰ্ডত পত্নী হিচাপে তেওঁৰ নাম আছিল।

এই ঘটনাই নৰেশৰ পৰিয়ালক আচৰিত কৰি তোলে কিয়নো নৰেশে ইতিমধ্যে ২০১২ চনত আৰতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ এগৰাকী ছাৰিবছৰীয়া কন্যাও আছে।

তেওঁৰ জ্যেষ্ঠ ভাতৃ বিষ্ণু অকুলাই দাবী কৰে যে নৰেশে মৃত্যুৰ আগনিশা তেওঁৰ ভঞ্জানগৰত থকা পৰিয়ালৰ সৈতে কথা পাতিছিল আৰু ঘৰলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

তেওঁৰ সৈতে কথা পতা বিষ্ণুৱে কয় যে তেওঁ ফুটবলাৰগৰাকীক ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিছিল কিয়নো তেওঁক তাত উপস্থিত হোৱাৰ পাছতে কৰ’না ভাইৰাছ অতিমাৰীৰ বাবে ১৪দিনৰ কোৱাৰেন্টাইন কৰা হ’ব।

নৰেশ অকুলাই সন্তোষ ট্ৰফীত তিনিবাৰকৈ উৰিষ্যাক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁৰ ঘৰ ভঞ্জানগৰত আৰু তেওঁৰ পত্নী তথা পৰিয়ালৰ লোক তাত বাস কৰে।

তেওঁ শিলচৰত অ’এনজিচিত চাকৰি কৰিছিল।

যোৱা ১০জুনত তেওঁৰ মৃত্যু হয় যদিও তেওঁৰ মৃতদেহ মিজোৰামলৈ পঠিয়াই দিয়া হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd