• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-চীনৰ সংঘাত মোচন : মধ্যস্থতা কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2020 2:55 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ লাডাখৰ ভাৰত-চীনৰ সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ইয়াৰ পূৰ্বে ৰাছিয়াই ভাৰত আৰু চীনৰ মাজৰ বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

বিগত সপ্তাহৰ সোমবাৰে লাডাখৰ গালৱান উপত্যকাত সংঘটিত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত দুয়ো পক্ষৰ সেনা নিহত হোৱাৰ পিছত ভাৰত আৰু চীনৰ সীমান্ত বিবাদে চূড়ান্ত উত্তেজনাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক : ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

সামৰিক অভিযোগ-প্ৰতি অভিযোগৰ পিছত ৰাজনৈতিক আৰু কূটনৈতিকভাৱেও দুই দেশৰ মাজৰ অভিযোগ-প্ৰতি অভিযোগে চৰম সীমা স্পৰ্শ কৰা পৰিলক্ষিত হৈছে।

তেনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুই দেশৰ মাজত উৎপত্তি হোৱা সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ খবৰ আহিছে।

“এয়া বৰ কঠিন সময় পাৰ হৈছে। ভাৰত আৰু চীন এই দুই দেশৰ সৈতে কথা চলি আছে আমেৰিকাৰ। দেখা যাওক কি কৰিব পাৰি।” ট্ৰাম্পৰ অভিমত।

লগতে পঢ়ক : শান্তিপূৰ্ণ ভাৱে বিবাদ মীমাংসা কৰিবলৈ ভাৰত-চীনক পৰামৰ্শ প্ৰতিৱেশী ৰাষ্ট্ৰ নেপালৰ

উল্লেখ্য যে, ক’ৰ’নাতংকৰ মাজতেই অহা নৱেম্বৰত আমিৰকাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে ড’নাল্ড ট্ৰাম্পে।

ওকালহোমাৰ নিৰ্বাচনী প্ৰচাৰত যোগ দিয়াৰ পূৰ্বে হোৱাইট হাউছত সাংবাদিকেৰে মুখামুখি হোৱাৰ সময়ত ট্ৰাম্পে ভাৰত-চীন সীমান্ত বিবাদ সম্পৰ্কত কয়, “খুব কঠিন সময় চলিছে। আমি ভাৰতৰ সৈতে কথা পাতিছো। চীনৰ সৈতে কথা বতৰা চলিছে। খুব ডাঙৰ সমস্যাই দেখা দিছে। দুই দেশে মুখামুখি সংঘৰ্ষতো জড়িত হৈ পৰিছে। কি কৰিব পাৰি দেখা যাওক। এই পৰিস্থিতিৰ মাজতে আমি সকলোধৰণৰ সহায় আগবঢ়াম।”

লগতে পঢ়ক :  প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ভূখণ্ড চীনক সমপৰ্ণ কৰিছে : ৰাহুল গান্ধী

লাডাখৰ সীমান্ত বিবাদৰ আৰম্ভণিৰে পৰাই আমেৰিকাই ভাৰতৰ পক্ষ লৈ আহিছে।

গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতে ৱাশ্বিংটনে চীনৰ সীমান্তৰ ভূমি দখলদাৰী ভূমিকাৰ ওপৰতো প্ৰশ্নৰ উত্থাপন কৰি আহিছে।

আমেৰিকাৰ বৈদেশিক সচিব মাইক পম্পেএ কয়, “চীনা সৈন্যই বিশ্ব বৃহত্তম গণতান্ত্ৰিক দেশখনৰ সৈতে বিবাদ বঢ়াই তুলিছে। দক্ষিণ চীন সাগৰ সামৰিকীকৰণ কৰাৰ লগতে বেআইনীভাৱে তাৰ ভূমিও দখল কৰিছে চীনে। তাৰ ফলত সমু্দ্ৰৰ অঞ্চলসমূহ বিপদজ্জনক হৈ উঠিছে।”

লগতে পঢ়ক : ভাৰত-চীন সীমা বিবাদ সম্পৰ্কত চীনক দোষাৰোপ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd