• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকাহ! আয়কৰ দাখিল,আধাৰৰ সৈতে পানকাৰ্ডৰ লিংকৰ সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2020 12:51 pm
pan-card-aadhar-link-1549698132-1569504645-711x375

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণ নাগৰিকক সকাহ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীম বৃদ্ধি কৰিলে।

অহা ৩১ জুলাইলৈকে এই সময়সীমা বৃদ্ধি কৰা হৈছে।

Apply Now

সেইদৰে, আধাৰ নম্বৰৰ সৈতে পানকাৰ্ড লংকৰ সময়সীমা ২০২১ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে।

ইয়াৰ পূৰ্বে কৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ জমা দিয়াৰ সময়সীমা চলিত বৰ্ষৰ ৩০নৱেম্বৰ পৰ্যন্ত বৃদ্ধি কৰিছিল।

আনহাতে, আয়কৰ আইনৰ আওতাত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে বিভিন্ন বিনিয়োগ তথা কৰ ৰেহাই লাভৰ আবেদন কৰাৰ সময়সীমা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে(CBDT)আৰু এমাহ বৃদ্ধি কৰি ৩১জুলাই কৰিছে।

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ৫টা ডেডলাইন কি চাওক-

১. ২০১৮-১৯ বিত্তীয় বৰ্ষৰ (মূল্যায়ন বৰ্ষ ২০১৯-২০) অৰিজিনেল বা সংশোধিত আয়কৰ ৰিটাৰ্ণ ফাইল দাখিল কৰাৰ সময়সীমা অহা ৩১ জুলাইলৈ বৃদ্ধি কৰা হৈছে।

২. ২০১৯-২০ বিত্তীয় বৰ্ষৰ (মূল্যায়ন বৰ্ষ ২০২০-২১)আয়কৰ ৰিটাৰ্ণ ফাইল দাখিল কৰাৰ সময়সীমা ২০২০ বৰ্ষৰ ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

অৰ্থাৎ ৩১ জুলাই আৰু ৩১ অক্টোবৰলৈকে যি আয়ৰ ৰিটাৰ্ণ দাখিল কৰিবলগীয়া আছিল সেয়া ৩০ নৱেম্বৰৰ ভিতৰত দিলেও হ’ব।

তদুপৰি, অডিট ৰিপ’ৰ্ট দাখিল কৰাৰ সময়সীমা চলিত বছৰৰ ৩১ অক্টোবৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

৩. ক্ষুদ্ৰ আৰু মজলীয়া কৰদাতাসকলক সকাহ দি ১ লাখ টকা পৰ্যন্ত আদায় দিবলগীয়া এনেকুৱা কৰদাতাসকলৰ ছেল্ফ এছেছমেন্ট টেক্সৰ ক্ষেত্ৰত দিবলগীয়া ধন জমা দিয়াৰ সময় ৩০ নৱেম্বৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

৪.আয়কৰ আইনৰ ৮০চি (এনআইচি, পিপিএফ, এনএছচি আদি), ৮০ডি (মেডিক্লেইম) আৰু ৮০জি (অনুদান) ধাৰাৰ অধীনত কৰ ৰেহাইৰ সুবিধা পাবলৈ বিনিয়োগ তথা অনুদানৰ সময়সীমা অহা ৩১ জুলাইলৈ বৃদ্ধি কৰা হৈছে।

৫. আয়কৰ আইনৰ ৫৪ৰ পৰা ৫৪জিবি ধাৰাত ৰেহাইৰ সুবিধা লাভ কৰিবলৈ বিনিয়োগ বা নিৰ্মাণকাৰ্য বা ক্ৰয়ৰ ক্ষেত্ৰত সময়সীমা অহা ৩০ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd