• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকাৰোক্তি— হয়, বতাহত বিয়পে ক’ৰ’ণা ভাইৰাছ !

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2020 2:28 pm
who
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বতাহৰ জৰিয়তে  ক’ৰ’ণা ভাইৰাছ বিয়পিব নাযায় বুলি ইমান দিনে বিশ্ব স্বাস্থ্য সংস্থাই কৈ আহিছিল যদিও শেহতীয়াকৈ এই প্ৰসংগত সুৰ সলনি কৰিছে বিশ্বৰ শীৰ্ষ সংস্থাটোৱে।

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী শাখাৰ মুৰব্বী মাৰিয়া ভন কেৰখভে সংস্থাটোৰ পূৰ্বৰ স্থিতি সলনি কৰি কৈছে যে বতাহৰ জৰিয়তেও ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।

Apply Now

তেওঁ এই প্ৰসংগত কয় যে বতাহৰ জৰিয়তে ক’ৰ’ণা ভাইৰাছ বিয়পি পৰাৰ উদাহৰণ পোৱা গৈছে।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই কৈছিল যে কেৱল ৰোগীয়ে কাঁহিলে বা হাঁচিয়ালে যি কণিকা চিটিকি পৰে তাৰ পৰাহে ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।

সেই বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ বিষয়ত সকলোৱে গুৰুত্ব দি আহিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়াৰ সঞ্চালক ড. পুনম ক্ষেত্ৰপাল সিঙেও বতাহত ক’ৰ’ণা ভাইৰাছ বিয়পি নাযায় বুলি কৈছিল আৰু তেওঁ সেয়ে কেৱল হাত ধোৱা তথা মাস্ক পিন্ধাৰ বিষয়তহে গুৰুত্ব দিছিল।

কিন্তু শেহতীয়াকৈ আমেৰিকাৰ পৰা প্ৰকাশিত নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা  এক খবৰ মতে ক’ৰ’ণা ভাইৰাছ কেৱল ৰোগীৰ কাঁহ, হাঁচিৰ পৰা ওলোৱা জল কণিকাৰ পৰাই বিয়পি নাযায়,ৰোগীৰ উশাহ-নিশাহ বতাহত মিলি গ’লেও বতাহৰ পৰাই ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে।

এই ক্ষেত্ৰত সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বে যি ঘোষণা কৰিছিল সেয়া সলনি কৰিবলৈ আহ্বান জনাইছিল বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে।

এই সকল বিজ্ঞানীয়ে এই বুলি কৈছিল যে কেৱল ড্ৰপলেটৰ জৰিয়তে নহয়,বতাহত ভাঁহি ফুৰা ক’ৰ’ণা ভাইৰাছৰ সৰু কণিকা এটাৰ পৰাও লোক এজন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হব পাৰে।

বিশ্বৰ ৩২ খন দেশৰ ২৩৯ গৰাকী বিজ্ঞানীয়ে কৰা দাবীকে সঁচা বুলি মানি লৈ বিশ্ব স্বাস্থ্য সংস্থাই দিলে ভয়াৱহ বতৰা—বতাহত বিয়পে ক’ৰ’ণা ভাইৰাছ !

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd