• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুশান্ত সিং ৰাজপুতৰ হত্যাত জৰিত ডাউদ ইব্ৰাহিম!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 9:20 am
sushant_singh_rajput_505
54.4k
VIEWS
Share on FacebookShare on Twitter

 

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য আজিও ভেদ হোৱা নাই। অভিনেতা গৰাকীয়ে আত্মহত্যা কৰিছিল নে তেওঁক হত্যা কৰা হৈছিল তাকে লৈ এতিয়াও বহুতৰে মনত খুদুৱনিৰ সৃষ্টি হৈ আছে।

ইয়াৰ মাজতে ৰ’ অৰ্থাৎ ৰিছাৰ্চ এনালাইটিকেল  উইঙছৰ এগৰাকী প্ৰাক্তন বিষয়াই অভিনেতা গৰাকীৰ মৃত্যু সন্দৰ্ভত কৰা শেহতীয়া মন্তব্যই বিষয়টোক আৰু ৰহস্যৰ মাজলৈ ঠেলি দিছে।

ৰ’ৰ প্ৰাক্তন বিষয়া এন কে ছুডে শেহতীয়াকৈ প্ৰকাশ কৰা এক ভিডিঅ’ত এই বুলি কৈছে যে সুশান্ত সিং ৰাজপুতে আত্নহত্যা কৰা নাছিল, বৰঞ্চ তেওঁক হত্যা কৰা হৈছিল।

ছুডে তেওংৰ ভিডিঅ’টোত কৈছে যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনলৈ ভাবুকি আহিছিল আন্ধাৰ জগতৰ ডন ডাউড ইব্ৰাহিমৰ পৰা।

ডাউড যদিও মুম্বাইত নাথাকে তথাপি বাহিৰৰ পৰাই তেওঁ মুম্বাই আৰু বলীউডত নিজৰ আধিপত্য বাহাল ৰাখিবলৈ সক্ষম হৈছে।

সুশান্ত সিং ৰাজপুতক ডাউডে বহুবাৰ টেলিফোনত হত্যাৰ ভাবুকি দিয়া বুলি ৰ’ৰ বিষয়া গৰাকীয়ে ভিডিঅ’টোত প্ৰকাশ কৰিছে ।

তেওঁ কৈছে যে ৰাজপুতৰ জীৱনলৈ অহা ভাবুকিৰ বাবেই তেওঁ ৫০ বাৰ মান মোবাইল ফোনৰ ছীম সলনি কৰিছিল।

ডাউড ইব্ৰাহিমে সুশান্তক হত্যা কৰিব বুলি দিয়া ভাবুকিৰ বিষয়ে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী, সুশান্তৰ বন্ধু সন্দীপ সিং আৰু তেওঁৰ লগুৱাজন অৱগত আছিল বুলিও ছুডে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

হত্যাৰ আগে আগে সুশান্তৰ ঘৰৰ চিচিটিভি বোৰ বন্ধ কৰি দিয়া হৈছিল ।

ড়াউডে প্ৰফেছনেল কিলাৰৰ দ্বাৰা সুশান্তক হত্যা কৰা বুলি ৰ’ৰ বিষয়া গৰাকীয়ে কয়।

https://youtu.be/wJ5nI9Vq6Kg

 

Recent News

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd