• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতৰ ৰায়ক অৱমাননা! : মুকলি আকাশৰ তললৈ নাহিল কাৰাৰুদ্ধ মানস কোঁৱৰ

ক'ৰ'ণাৰ হতস্পট গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মানস কোঁৱৰক সুমুৱাই ৰাখি ক'ৰ'ণা আক্ৰান্ত কৰাৰ ষড়যন্ত্ৰত চৰকাৰ লিপ্ত হৈছে; ভয়ংকৰ অভিযোগ কৃষক মুক্তিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2020 7:35 pm
index.jpg111

প্ৰতিকী ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদালতৰ ৰায়ক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধে।

চান্দমাৰিস্থিত NIAৰ আদালতে আজি ছাত্ৰ মুক্তিৰ মানস কোঁৱৰৰ জামিন মঞ্জুৰ কৰিছিল।

কিন্তু জামিন মঞ্জুৰ কৰাৰ পাছতো মুকলি আকাশৰ তললৈ আহিব নোৱাৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকী।

কণ্টেইনমেণ্ট জ’নৰ দোহাই দি মানসক কাৰাবন্দী কৰি ৰখাৰ গুৰুতৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

জিলা উপায়ুক্তৰ নিৰ্দেশ অবিহনে মানস কোঁৱৰক মুক্তি দিয়াত অমান্তি কাৰাগাৰ কৰ্তৃপক্ষ।

আদালতে ৰায় দিয়াৰ পাছত পুনৰ জিলা উপায়ুক্তৰ অনুমতিৰ ক’ত প্ৰয়োজন বুলি প্ৰশ্ন KMSSৰ সভাপতি ভাস্ক’ ডি শইকীয়াৰ।

“জেইল কতৃপক্ষ আৰু জিলা উপায়ুক্তই আদালতৰ ৰায়ক অৱমাননা কৰিছে। মানস কোঁৱৰে জামিন লাভ কৰাৰ পাছতো তেওঁলোকে কাৰাগাৰৰ পৰা কণ্টেইনমেণ্ট আৰু কোভিড প্ৰটোকলৰ দোহাই দি কাৰাৰুদ্ধ কৰি ৰাখিব খুজিছে মানস কোঁৱৰক।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় ভাস্ক’ ডি শইকীয়াই।

ইপিনে, ক’ৰ’ণাৰ হতস্পট গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মানস কোঁৱৰক সুমুৱাই ৰাখি ক’ৰ’ণা আক্ৰান্ত কৰাৰ ষড়যন্ত্ৰত চৰকাৰ লিপ্ত হোৱা বুলিও ভয়ংকৰ অভিযোগ শইকীয়াৰ।

আনহাতে, কণ্টেইন মেণ্ট জ’ন আৰু কোৱাৰেন্টাইনৰ সকলো নীতি নিৰ্দেশনা মানি জেইলৰ বাহিৰত মানস কোঁৱৰক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসন আৰু জেইল কতৃপক্ষক দাবী ভাস্ক’ডি শইকীয়াৰ।

এই অন্যায়ৰ প্ৰতিবাদত মানস কোঁৱৰে জেইলৰ ভিতৰতে অনশন আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd