• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুকলি আকাশৰ তললৈ আহিল ৬ মাহে কাৰাৰুদ্ধ ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 14, 2020 3:05 pm
index.jpg111
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মুকলি আকাশৰ তললৈ আহিল ৬ মাহে কাৰাৰুদ্ধ হৈ থকা  ছাত্ৰ নেতা মানস কোঁৱৰ।

বিগত ৬ মাহে কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে চান্দমাৰী থানাত ৰুজু হোৱা ১৩/১৯ নিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ আছিল কোঁৱৰ।

Apply Now

কালি চান্দমাৰীস্থিত NIA আদালতে ৩০ হাজাৰ টকা আমানতত কোঁৱৰৰ জামিন মঞ্জুৰ কৰে।

জামিন মঞ্জুৰ কৰিছিল যদিও কণ্টেইনমেণ্ট জ’ন আৰু কোভিড প্ৰটোক’লৰ দোহাই দি কোঁৱৰক আবদ্ধ কৰি ৰাখিছিল জেইলত।

অৱশেষত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ বহু প্ৰতিবাদৰ অন্তত আজি জেইলৰ পৰা কোঁৱৰক মুকলি কৰি দিবলৈ বাধ্য হয় কাৰাগাৰ কৰ্তৃপক্ষ।

ইপিনে, জেইলৰ পৰা ওলাই আহিয়ে জেইল কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে মানস কোঁৱৰ।

“জেইলৰ ভিতৰৰ পৰিবেশ অত্যন্ত বেয়া। খাদ্য যি খাবলৈ দিয়ে সেয়া আমি গৰুকো নুখুৱাও। খাবলৈ দিয়া পানীৰ ৰং ৰঙা। এটা এটা কোঠাত ৫০ ৰ পৰা ৬০ জন কয়দীক ৰখা হয়।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে।

ইপিনে, কোঁৱৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ ক’ৰ’ণাৰ হটস্পট বুলি দাবী কৰি কয়, “পৰহি একেলগে ৫২ জন কয়দীৰ পজিটিভ আহিছে। এদিনত টেষ্ট কৰোৱা হয় প্ৰায় ৫০ জনক। যিমানৰ টেষ্ট কৰাইছে প্ৰায় সকলোৰে পজিটিভ ওলাইছে। পজিটিভ-নিগেটিভ ৰোগীক একেলগে ৰখা হৈছে।”

কা বিৰোধী আন্দোলন তীব্রতৰ ৰূপত আগুৱাই নিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, জেইলৰ পৰা ওলাই আহিয়ে “জয় আই অসম”, “কা আমি নামানো” বিজেপি চৰকাৰ গ” বেক ধ্বনিৰে উত্তাল কৰি তোলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখভাগ।

এই মুহুৰ্তৰ পৰাই বিজেপিৰ সাম্প্ৰদায়িক, স্বৈৰাচাৰী আৰু ফেচিবাদী নীতিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হ’ব বুলি তেওঁ হুংকাৰ দিয়ে। কা বাতিল নোহোৱা পৰ্য্যন্ত সংগ্ৰাম চলি যাব বুলিও মন্তব্য কোঁৱৰৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd