• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NIA ৰ গোচৰত জামিন মঞ্জুৰ বিতু সোণোৱালৰ : শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 15, 2020 2:00 pm
index
4.2k
VIEWS
Share on FacebookShare on Twitter

NIAৰ গোচৰত আজি চান্দমাৰিস্থিত NIA আদালতে জামিন মঞ্জুৰ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালৰ।

সেয়েহে অতি শীঘ্ৰেই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীৰ।

বৰ্তমান ক’ৰ’ণাত আক্ৰান্ত হৈ থকাৰ বাবে GMCH ত চিকিৎসাধীন হৈ আছে বিতু।

চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ লগে লগে মুকলি আকাশৰ তললৈ আহিব পাৰিব বিতু সোণোৱাল।

উল্লেখযোগ্য যে, যোৱা ১২ ডিচেম্বৰৰ দিনা গ্ৰেপ্তাৰ হোৱাৰ পাছত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা ১৩/১৯ গোচৰতে গ্ৰেপ্তাৰ হৈছিল মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল।

NIA ই চাৰিওকে দেশদ্ৰোহীতাৰ গোচৰ জাপি মাওবাদী সজাবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছিল।

সোণোৱালৰ হৈ NIA আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ আৰু শান্তনু বৰঠাকুৰে।

সেই গোচৰতে পৰহি জামিন লাভ কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে। কালি তেওঁ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল।

ইপিনে, কাইলৈ সেই একেটা গোচৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ শুনানি অনুষ্ঠিত হ’ব।

আনহাতে, সেই একেটা গোচৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ অহা ১৭ জুলাইত শুনানি অনুষ্ঠিত হ’ব।

Recent News

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

সৰ্প দংশনত ৪৭ জনৰ ২৮০ বাৰ মৃত্যু! বিজেপি শাসিত মধ্যপ্ৰদেশত বিয়াগোম দুৰ্নীতি

ভাইমন দা-এক পৰিক্ৰমা

ভাইমন দা-এক পৰিক্ৰমা

সলনি হ’ব নেকি ‘কৌন ব’নেগা কড়োৰপতি’ৰ সূত্ৰধাৰ! চলিছে গুঞ্জন

সলনি হ’ব নেকি ‘কৌন ব’নেগা কড়োৰপতি’ৰ সূত্ৰধাৰ! চলিছে গুঞ্জন

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd