• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুঠৰীত শ্বাসৰুদ্ধকৰ পৰিৱেশত চলি আছে কাজিৰঙাৰ গঁড়ৰ উদ্ধাৰ অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
July 18, 2020 11:10 pm
Expert team trying to rescue rhino at Kuthori near Kaziranga National Park
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানত পৰি আশ্ৰয় বিচাৰি অহা এটা গঁড়ে আজি পুৱতি নিশাতে কুঠৰিৰ দেওচুড় অঞ্চলত ৩৭নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লয়৷

দীৰ্ঘসময় পানীৰ মাজত আবদ্ধ হৈ থকাৰ উপৰিও সাঁতুৰি আহি ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা ক্লান্ত গঁড়টোৱে পথৰ ওপৰতে শুই পৰে৷

Apply Now

পাছত ৰাষ্ট্ৰীয় পথেৰে যোৱা যান-বাহন আৰু মানুহৰ সমাগমে গঁড়টোক বিশ্ৰামত ব্যাঘাত জন্মায়৷

ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ গঁড়টোক ৰাষ্ট্ৰীয় পথৰ পৰা আঁতৰাই বনাঞ্চললৈ নিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয়৷

পাছত ঘটনাস্থলীত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈ উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলৰ সহযোগত গঁড়টোক ৰাষ্ট্ৰীয় পথৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ নিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয়৷

বিয়লিলৈ গঁড়টোৱে পথৰ পৰা নামি কাষৰ জলমগ্ন অঞ্চলত পানীৰ মাজতে আশ্ৰয় লয়৷

ইফালে গঁড়টোক আঁতৰাবৰ বাবে গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মায়ো সাতজনীয়া এটা দল লৈ সন্ধিয়া আহি ঘটনাস্থলী উপস্থিত হয়৷

ইফালে নিশা হোৱাৰ বাবে আজি দিনৰ অভিযান সামৰা হয় যদিও গঁড়টোৰ সমীপত নিৰাপত্তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়৷

এই প্ৰতিবেদনৰ সময়লৈকে গঁড়টোয়ে স্থান সলনি কৰিছে যদিও ৰাষ্ট্ৰীয় পথ কাষৰ পানীতেই আশ্ৰয় লৈ আছে৷

গঁড়টোক আৰু কিছু পশ্চিমলৈ নিব পাৰিলেই কাঠনিত প্ৰৱেশ কৰাব পৰা যাব৷ যাৰ বাবে প্ৰচেষ্টা অব্যহত ৰাখিছে পশু চিকিৎসক আৰু বনকৰ্মীৰ দলে৷

নিশাৰ ভিতৰতে গঁড়টোক বনাঞ্চললৈ নিব পৰা যাব বুলি আশা কৰিছে অভিযানকাৰী দলে৷

ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো কিছু স্থৱিৰ হৈছিল বান পৰিস্থিতি৷

কিন্ত উদ্যানখনৰ ভিতৰৰ বান পৰিস্থিতিৰ জটিলতা এতিয়াও কমা নাই৷ যাৰ বাবে বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্ৰয় বিচাৰি দিহিঙে দিপাঙে ঘূৰি ফুৰিছে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd