• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানি প্ৰদানৰ বাবে ‘সমিধানে’ আগবঢ়াইছে ‘স্কলাৰ এচিষ্ট’ প্ৰকল্প

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 19, 2020 6:36 pm
index.jpg5
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা দশক ধৰি শিক্ষাৰ্থী সমাজক কেৰিয়াৰ সম্বন্ধীয় সমাধান আগবঢ়াই অহা স্বেচ্ছাসেৱী অনুষ্ঠান সমিধান-এ মেধাৱী শিক্ষাৰ্থীসকলক জলপানি প্ৰদানৰ বাবে স্কলাৰ এচিষ্ট  নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

স্কলাৰ এচিষ্টৰ মূল উদ্দেশ্য হৈছে আৰ্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়াব বিচৰা দাতা আৰু যোগ্য শিক্ষাৰ্থীৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা।

Apply Now

এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান ৬ টা ছাত্ৰবৃত্তি সমিধানৰ ৱেবছাইট www.xomidhan.org ত উপলব্ধ কৰা হৈছে।

বৃত্তিসমূহ ক্ৰমান্বয়ে-

১) বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে অশোক কুহৰ বৃত্তি।

২) চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে মহেশ্বৰ নাথ সোঁৱৰণী ন্যাস বৃত্তি।

৩) বিজ্ঞান শাখাৰ ছাত্ৰীৰ বাবে নকুল-অলকা দত্ত বৃত্তি।

৪) উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেহিৰাম শইকীয়া সোঁৱৰণী বৃত্তি।

৫) বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰুৱা-হাজৰিকা বৃত্তি আৰু

৬) গণিত চ’ৰা বৃত্তি।

এই বৃত্তিসমূহৰ বিষয়ে শিক্ষাৰ্থীসকলে সমিধানৰ ৱেবছাইটত সবিশেষ জানিব পাৰিব।

আনহাতে ছাত্ৰবৃত্তি প্ৰদানৰ বাবে ইচ্ছুক দাতাসকলক [email protected] ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।

উল্লেখ্য যে, ২০১০ চনত স্থাপিত সমিধান হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কেৰিয়াৰ কাউন্সেলিং প্ৰদানকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান। সমিধানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয়ত অভিজ্ঞ ২৭৩ গৰাকী পঞ্জীকৃত কাউন্সেলৰ জড়িত হৈ আছে।

কাউন্সেলৰসকলৰ ভিতৰত প্ৰায় ২০ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী, অসমৰ পৰা ভাৰতীয় লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা ৫ গৰাকী বিষয়া, আই আই টি, আই আই এম আদিৰ দৰে শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ব্যক্তি, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত স্থানপ্ৰাপ্ত কেবাগৰাকীও কৃতীমান, আমেৰিকা আৰু ইউৰোপৰ খ্যাতিমান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কেইবাগৰাকীও শিক্ষাৰ্থী, প্ৰতিষ্ঠিত সাংবাদিক, ৰাজনীতিবিদ, কৰ্প’ৰেট খণ্ডত প্ৰতিষ্ঠিত ব্যক্তি জড়িত হৈ আছে।

সমিধান-এ ক’ৰ’না মহামাৰীৰ সময়ছোৱাতো ক’ৰ’না সচেতনতা সম্পৰ্কীয় লাইভ ছেচন তথা কেৰিয়াৰ সম্পৰ্কীয় ZOOM লাইভ ছেচন অনুষ্ঠিত কৰি আহিছে।

ইতিমধ্যে কলা, বিজ্ঞান, চিনেমা আদিকে ধৰি বহুকেইটা বিষয়ত লাইভ ছেচন অনুষ্ঠিত হৈ যায়।

অহা ১৯ জুলাইত খেল সম্পৰ্কীয় পৰৱৰ্তী লাইভ ছেচনখন অনুষ্ঠিত হ’ব। সেই সম্পৰ্কীয় সকলো তথ্য সমিধানৰ ফেচবুকত পেজত উপলব্ধ।

সমিধান-এ স্কলাৰ এচিষ্ট ৰ আগ্ৰহী মেধাৱী শিক্ষাৰ্থীসকলে https://forms.gle/uwvEqToi47T63wY36 এই লিংকৰ জৰিয়তে আবেদন কৰিব পাৰিব।

কোনো সদাশয় ব্যক্তিয়ে তেনে যোগ্য শিক্ষাৰ্থীৰ সম্ভেদ পালে সমিধানৰ উক্ত লিংকৰ জৰিয়তে আবেদন কৰাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে সমিধান-এ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd