• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্তানৰ অনলাইন ক্লাছৰ বাবে গাই গৰু বেচি মোবাইল কিনি দিয়া গোৱালৰ কাষত ছনু চুড

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 7:52 pm
sonu
651
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলোতে বন্ধ হৈ আছে বিদ্যালয়।

এতিয়া প্ৰায় সকলো ঠাইতে ছাত্ৰ-ছাত্ৰীৰ বাবে চলিছে অন লাইন ক্লাছ।

হিমাচল প্ৰদেশৰ গামাৰ নামৰ সৰু গাঁও খনৰ বাসিন্দা কুলদীপ কুমাৰ। পেছাত গোৱাল।

কুলদীপৰ দুই সন্তান ক্ৰমে—চাৰি বছৰীয়া কন্যা অনু আৰু দুবছৰীয়া পুত্ৰ বংশ।

দুয়োটি সন্তানেই অন লাইন ক্লাছৰ পৰা বঞ্চিত হৈ আছিল ।

কাৰণ অনলাইন ক্লাছৰ বাবে পিতৃ কুলদীপ কুমাৰে তেওঁলোকক দিব পৰা নাছিল এটা স্মাৰ্ট ফোন।

ইপিনে অনলাইন ক্লাছ নকৰাৰ বাবে শিক্ষকৰ হেঁচা।

উপায়ন্তৰ হৈ এটা মোবাইল ফোন কিনাৰ বাবে ধন ধাৰলৈ বিচাৰি কুলদীপ কুমাৰ গ’ল পঞ্চায়তৰ কাৰ্যালয়লৈ।

কিন্তু নিৰাশ হ’ল কুলদীপ।

এইবাৰ তেওঁ গ’ল স্থানীয় বেংকলৈ। তাতো একো ফল নধৰিলে।

Let’s get this guy’s cows back. Can someone send his details please. https://t.co/zv0Mj8DCh9

— sonu sood (@SonuSood) July 23, 2020

 

শেষত উপায় নাপাই কুলদীপে তেওঁৰ উপাৰ্জনৰ একমাত্ৰ সম্বল গাইজনীকে বেচি পুত্ৰ-কন্যাক অনলাইন ক্লাছৰ বাবে এটা মোবাইল ফোন কিনি দিলে।

হিমাচল প্ৰদেশৰ দুখীয়া গোৱাল পৰিয়ালটোৰ এনে হৃদয় বিদাৰক কাহিনীৰ বিষয়ে অৱগত হৈ শ্ৰমিকৰ বাবে দেৱদূতত পৰিণত হোৱা বলীউডৰ অভিনেতা ছনু চুডে কুলদীপ কুমাৰৰ পৰিয়ালটোক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে।

তেওঁ দুখীয়া পৰিয়ালটোৰ ঠিকনা বিচাৰি কৰিছে এক বিশেষ টুইট।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd