• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ এই যুৱতীগৰাকীক সহায়ৰ প্ৰয়োজন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 25, 2020 6:55 pm
This girl from Teok needs your help
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ এটা সপোন থানবান হ’লl এখন সুখৰ ঘৰৰ সপোন প্ৰায় সপোনতে আবদ্ধ হোৱাৰ পথতl

যোৰহাট জিলাৰ টীয়কৰ দক্ষিণ দুলীয়া গাঁৱৰ এটা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ কৰুণ কাহিনীl

Apply Now

টীয়কৰ দক্ষিণ দুলীয়া গাঁৱৰ ভদ্ৰেশ্বৰ বৰাৰ জীয়ৰী পূৰৱী বৰাৰ বিয়াৰ বাবে সম্পূৰ্ণ যা-যোগাৰ কৰি যোৱা বহাগৰ ২১,২২ তাৰিখে দুদিনীয়া কৰ্মসূচীৰে ছোৱালী উলিয়াই দিয়াৰ দিহা কৰিছিল।

কিন্তু দেশত চলি থকা লকডাউনৰ বাবে আহাৰৰ ১৫ তাৰিখলৈ বিয়াখন পিছুৱাই দিয়া হয়।

সকলো ঠিকেই আছিল, বিয়াখনলৈ পৰিয়ালটিৰ সকলোৱেই একেই হেঁপাহ, একেই উৎসাহেৰে আগবাঢ়িছিল।

পিছে বিয়ালৈ একসপ্তাহ থকাৰ  সময়তে  কইনা পূৰৱীৰ শৰীৰ  কিছু অসুস্থ হোৱাত পিতৃগৃহৰ পৰা তেওঁক চিকিৎসকক সাক্ষাৎ কৰালেl

বিয়ালৈ বুলি সযতনে থোৱা টকা খৰচ কৰি মৰমৰ সৰু জীক লোকৰ ঘৰলৈ উলিয়াই দিয়াৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শত সকলো পৰীক্ষা কৰালত দুৰ্ভগীয়া পূৰবীৰ দেহত ধৰা পৰিল এক জটিল দুৰাৰোগ্য ৰোগ৷

পৰিয়ালটোৰ সকলো সপোন ভাঙি চূৰমাৰ হোৱাৰ পথত। অতি দৰিদ্ৰ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ভীষণ অমানিশা৷

পিতৃ পেছাত এজন কাঠমিস্ত্ৰী। সাঁচতীয়া সকলো ধন বিয়াৰ আৰু তাৰ পাছত চিকিৎসাৰ বাবদ খৰচ কৰি আজি কন্যাৰ উন্নত চিকিৎসা কৰিব নোৱাৰি ভীষণ আৰ্থিক সংকটত পৰিছেl

সেয়ে পৰিয়ালটিয়ে মৰমৰ নুমলীয়া জীৰ জীৱন ৰক্ষাৰ বাবে  এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিছে।

কোনো সদাশয় ব্যক্তি তথা অনুষ্ঠানে যদি এই দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰে, তেন্তে ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাত মাতৃ ৰুণু বৰাৰ একাউন্ট নম্বৰ 36887367258, IFSC SBIN000001718ত সাহায্য আগবঢ়াব পাৰে।

অথবা 9859351011 নম্বৰত যোগাযোগ কৰিবলৈ কৰযোৰে অনুৰোধ জনাইছে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd