• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নী-জী-মাহী মাক-পিতৃ-ভতিজী-চুবুৰীয়া-আৰক্ষীক দাৰে আক্ৰমণ, দুগৰাকীৰ মৃত্যু

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
July 25, 2020 7:32 pm
Man hacks wife, children and mother in Lakhimpur

গ্ৰেপ্তাৰ হোৱা নুৰ জামাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ জিলাৰ বঙালমৰাৰ এজন লোকে নিজৰ পত্নী-জী-মাহী মাক-পিতৃ-ভতিজীকে ধৰি চুবুৰীয়া আৰু আৰক্ষীৰ লোকক দাৰে ঘপিওৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

শুকুৰবাৰে বঙালমৰাৰ গোহাঁই পুখুৰী গাঁৱত সংঘটিত এই ঘটনাত নুৰ জামাল ওৰফে জামাল উদ্দিন নামৰ আক্ৰমণকাৰীজনৰ পত্নী চাজিদা বেগম আৰু মাহী মাক মমতাজ বেগমে প্ৰাণ হেৰুৱাইছে।

Apply Now

তেওঁৰ পিতৃ আব্দুল হালিম আৰু ভতিজী তছলিমা বেগম গুৰুতৰভাৱে আহত হৈছে।

আক্ৰমণকাৰী লোকজনক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে গুলী চলাব লগা পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাক্ৰমে ৰমজান আলী নামৰ এজন লোকো আঘাতপ্ৰাপ্ত হয়।

আক্ৰমণকাৰী নুৰ জামালক বাধা দিবলৈ যোৱা চুবুৰীয়া আৰু আৰক্ষীৰ লোকো ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে।

বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন সিং আৰু আৰক্ষীৰ গাড়ীচালক বাসুদেৱ গগৈয়ো ব্যক্তিজনৰ আক্ৰমণত আহত হৈছে।

ঘটনাৰ বিৱৰণী মতে, আক্ৰমণৰ খবৰ পাই আৰক্ষীৰ লোক উপস্থিত হোৱাত নুৰ জামালে এটা ঘৰত তলা বন্ধ কৰি সোমাই পৰে।

আৰক্ষীয়ে ঘৰটোৰ দুৱাৰ ভাঙি প্ৰৱেশৰ চেষ্টা কৰাত নুৰ জামাল ঘৰটোৰ পৰা ওলাই আহে আৰু আৰক্ষীৰ লোককো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

পিছত আক্ৰমণকাৰী নুৰ জামালে পথাৰলৈ গৈ নিজৰ ডিঙিত ৰেপি আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd