• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাস্তৱতো ‘থ্রী ইডিয়টছ’ৰ পুনৰাবৃত্তি! : প্ৰসূতিক ভিডিঅ’ কলযোগে সন্তান প্ৰসৱ কৰোৱালে মহিলা চিকিৎসকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2020 7:28 am
index.jpgh

প্ৰতিকী ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমিৰ খান আৰু কৰীণা কাপুৰৰ অভিনীত বলিউদৰ জনপ্ৰিয় হিন্দী ছবি ‘থ্ৰী ইডিয়টছ’ৰ এটা দৃশ্য বাস্তৱতো পুনৰাবৃত্তি ঘটিছে।

এগৰাকী প্ৰসূতিক ভিডিঅ’ কলৰ যোগেদি এগৰাকী মহিলা চিকিৎসকে সন্তান প্ৰসৱ কৰোৱাৰ খবৰ আহিছে সংবাদ মাধ্যমলৈ।

Apply Now

খবৰ অনুসৰি কৰ্ণাটকত ঘটিছে এই ঘটনা।

কৰ্ণাটকৰ হানগল মৌজাৰ কিট্টুৰ ষ্ট্ৰীটৰ বাসৱী পাথেপুৰ নামৰ এগৰাকী প্ৰসূতিৰ জীৱনত ঘটিছে এই বাস্তৱ ঘটনাটো।

ৰাজ্যখনত ক’ৰ’না প্ৰতিৰোধৰ বাবে বলৱৎ হৈ থকা লকডাউনৰ বাবে পৰিয়ালৰ লোকে প্ৰসূতি গৰাকীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চ যোগাৰ কৰিব নোৱাৰিলে।

আনহাতে হানগল মৌজাৰ স্থানীয় চিকিৎসালয়খত এগৰাকী নাৰ্ছৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰাত চিকিৎসালয়খন চীল কৰা হৈছিল।

ইফালে প্ৰসূতি গৰাকীয়ে প্ৰসৱজনিত বিষত কৰা চিৎকাৰ শুনি প্ৰতিৱেশী জ্যোতি মাডিয়ে বাংগালুৰুত কৰ্মৰত তেওঁৰ এগৰাকী চিনাকি চিকিৎসক ডাঃ প্ৰিয়ংকা মানতাগিক ফোন কৰিলে।

লগে লগে চিকিৎসক গৰাকীয়ে ভিডিঅ’ কলিং কৰে আৰু তেওঁ দিয়া নিৰ্দেশ মতে প্ৰসূতি গৰাকীক সেৱা আগবঢ়াই যায় জ্যোতিয়ে। ইয়াৰ পিছতে প্ৰসূতি মহিলা গৰাকীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।

জানিব পৰা মতে পুত্ৰ সন্তানৰ লগতে প্ৰসূতি মাতৃ গৰাকীও বৰ্তমান সুস্থ।

বাসৱী নামৰ প্ৰসূতি গৰাকীয়ে নিৰাপদে এটি সুস্থ পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত জ্যোতিয়ে এই অভিজ্ঞতা বৰ্ণনা কৰিছে সংবাদ মাধ্যমৰ আগত।

“ডাঃ প্ৰিয়ংকাই আমাক কৰা সহায়ৰ বাবে আমি মাতৃ আৰু সন্তানটিৰ জীৱন ৰক্ষা কৰিব পাৰিলো। ইয়াৰ পূৰ্বে আমাৰ প্ৰসৱজনিত কোনো অভিজ্ঞতা নাছিল। চিকিৎসক গৰাকীয়ে সাহস দিয়াৰ বাবেহে আমি এই কামটো কৰিব পাৰিলো।” চিকিৎসকৰ পৰামৰ্শৰ মতে প্ৰসৱ কৰোৱা জ্যোতি নামৰ মহিলা গৰাকীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd