• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় সংগীততো অৱহেলিত উত্তৰ-পূব; এইবাৰ প্ৰদ্যুৎ কিশোৰ দেববাৰ্মাৰ বিস্ফোৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2020 10:42 am
pradyut kishore debbarma

প্ৰদ্যুৎ কিশোৰ দেববাৰ্মা।

298
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগণমন অধিনায়ক’ গীতটোত অসম তথা উত্তৰ-পূবক অৱহেলিত কৰাৰ অভিযোগ পূৰ্বেও এই অঞ্চলটোৰ বহু নেতাই উত্থাপন কৰিছিল।

এইবাৰ পুনৰ সেই একে অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন কংগ্ৰেছ নেতা তথা ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সদস্য প্ৰদ্যুৎ কিশোৰ দেববাৰ্মাই।

তেওঁ ৰাষ্ট্ৰীয় সংগীতটো সংশোধন কৰাৰো দাবী তুলিছে।

দেববাৰ্মাই ৰাষ্ট্ৰীয় সংগীতটোৰ সংশোধন ঘটাই ইয়াত উত্তৰ-পূৰ্বাঞ্চলক অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছে।

নিজৰ ফেচবুক পেজত এটা প’ষ্টৰ জৰিয়তে এই দাবী উত্থাপন কৰা ত্ৰিপুৰাৰ প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই প’ষ্টটোৰ পাছতে বিভিন্ন মঞ্চত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভাৰতৰ এখন মানচিত্ৰৰ সৈতে ফেচবুকত দিয়া প’ষ্টটোত দেববাৰ্মাই লিখিছে যে ১৯১১চনত ৰচনা কৰা সংগীতটো আজি ৰাষ্ট্ৰীয় সংগীত যদিও সেই সংগীতত উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখ নথকাতো এই অঞ্চলটোৰ বাবে অপমানজনক।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসম গণ পৰিষদৰ সাংসদ কুমাৰ দীপক দাসেও এই বিষয়টো ৰাজহুৱাভাৱে উত্থাপন কৰিছিল।

দেববাৰ্মাই উত্থাপন কৰা এই অভিযোগ পূৰ্বতে অসমৰ বহু আঞ্চলিক জাতীয়তাবাদী নেতাই উত্থাপন কৰি আহিছে।

বিশেষকৈ অসম আন্দোলনৰ সময়ত এনে অভিযোগে বিশেষ গুৰুত্ব লাভ কৰিছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দিল্লীৰ মাহী আইৰ দৃষ্টিৰ অভিযোগ উঠাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় সংগীতত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখ নথকাক লৈ বিভিন্ন সময়ত বিভিন্নজনে প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে।

এইবাৰ ত্ৰিপুৰাৰ নেতা প্ৰদ্যুৎ কিশোৰ দেববাৰ্মাই পুনৰ সেই অভিযোগেৰে নতুন বিতৰ্কৰ অৱতাৰণা কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd