• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2026 4:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সন্দীপন গাৰ্গক জামিন প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত গোচৰটোত এইবাৰ জামিন লাভ কৰিলে জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপনে।

প্ৰায় এবছৰ ধৰি বাক্সা কাৰাগাৰত বন্দী হৈ আছিল সন্দীপন গাৰ্গ। তেওঁৰ জামিন আবেদনৰ শুনানি যোৱা সপ্তাহৰ পৰা উচ্চ ন্যায়ালয়ত চলি আছিল। বুধবাৰেও শুনানি সম্পূৰ্ণ নহ’লেও অৱশেষত আদালতে তেওঁক জামিন প্ৰদান কৰে। আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ মুকলি হ’ব। অৱশ্যে, তেওঁ কেতিয়া মুকলি হ’ব, সেয়া প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ ওপৰত নিৰ্ভৰ কৰিব।

Apply Now

অসম আৰক্ষীৰ নিলম্বিত বিষয়া সন্দীপন গাৰ্গ এই গোচৰৰ সাতজন অভিযুক্তৰ ভিতৰত অন্যতম। তেওঁৰ বিৰুদ্ধে হত্যাৰ উদ্দেশ্য নথকাকৈ মানুহৰ মৃত্যুৰ কাৰণ হোৱা অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে। ২০২৫ চনৰ অক্টোবৰৰ পৰা তেওঁ ন্যায়িক জিম্মাত আছিল।

উল্লেখযোগ্য যে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ সৈতে সন্দীপনো ছিংগাপুৰলৈ গৈছিল। সাগৰত সাঁতুৰিবলৈ যোৱাৰ সময়ত হোৱা ঘটনাৰ পূৰ্বে জুবিনে এখন য়টত সময় কটাইছিল আৰু সেই সময়ত সন্দীপনো উপস্থিত আছিল। পিছত সাগৰত সাঁতুৰি থকা অৱস্থাত জুবিনৰ মৃত্যু হয়। এই ঘটনাক কেন্দ্ৰ কৰিয়েই চলি আছে তদন্ত আৰু আইনী প্ৰক্ৰিয়া।

ইয়াৰ পূৰ্বে, ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ আন এগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰিছিল। মূল গোচৰটোৰ সাতজন অভিযুক্তৰ ভিতৰত জামিন লাভ কৰা প্ৰথমগৰাকী অভিযুক্ত আছিল তেওঁ। আদালতে ৫০ হাজাৰ টকাৰ জামিন বণ্ড আৰু একে পৰিমাণৰ ধনৰ দুজন জামিনদাৰৰ চৰ্তত তেওঁক জামিন দিছিল।

জামিন আবেদনৰ শুনানিৰ সময়ত পৰীক্ষা কৰা তদন্তৰ তথ্য আৰু সাক্ষীৰ বক্তব্যই সেই পৰ্যায়ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু হত্যাৰ অভিযোগৰ প্ৰাথমিক ভিত্তি প্ৰতিষ্ঠা কৰিব পৰা নাছিল বুলি উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল। অৱশ্যে, আদালতে স্পষ্ট কৰি দিছিল যে এই পৰ্যবেক্ষণ কেৱল জামিন আবেদনৰ বিচাৰৰ বাবেহে প্ৰযোজ্য হ’ব আৰু চলি থকা গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়াত ইয়াৰ কোনো প্ৰভাৱ নপৰিব।

সন্দীপন গাৰ্গৰ জামিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নতুন মোৰ আনিছে। অৱশ্যে, জামিন লাভ কৰাটো অভিযোগৰ পৰা মুক্তি পোৱা নহয়। গোচৰটোৰ মূল বিচাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু আদালতত প্ৰমাণৰ ভিত্তিত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd