• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূমি পূজনৰ পিছতে মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ: তালিকাত হিমন্ত বিশ্ব,আগাথা,লেইছেম্বাৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2020 8:27 am
Northeast-leaders-750x375
1.4k
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে।

এই সম্প্ৰসাৰণত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ তিনি গৰাকীকৈ ৰাজনীতিকে মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

বিজেপি আৰু আৰ এছ এছৰ ঘনিষ্ঠ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি মোডীৰ মন্ত্ৰী সভাত স্থান দিয়াৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বৰ নাম বিগত লোক সভা নিৰ্বাচনৰ সময়ৰে পৰাই চৰ্চা হৈ আহিছে।

আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যৰ ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল।

এইবাৰ পুনৰ মোডী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ প্ৰসংগ ওলাওতে হিমন্ত বিশ্বৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা আৰু মণিপুৰৰ প্ৰভাৱশালী ৰাজনীতিক লেইছেম্বা ছনোজাওৱাৰ নাম উচ্চাৰিত হৈছে।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত দলৰ স্থিতি সৱল কৰি ৰখাৰ উদ্দেশ্যে এইবাৰ কমেও দুজন মন্ত্ৰী এই অঞ্চলৰ পৰা বাচনি কৰিব।

সূত্ৰটোৰ মতে সেই দুজনৰ ভিতৰত মন্ত্ৰিত্ব লাভৰ আটাইতকৈ বেছি সম্ভাৱনা থকা ৰাজনীতিক জনেই হৈছে হিমন্ত বিশ্ব শৰ্মা।

তেওঁ নেডাৰো আহ্বায়ক পদত আছে বাবে এই ক্ষেত্ৰত তেওঁৰ বাট অধিক প্ৰশস্ত।

মোডীৰ মন্ত্ৰী সভাত বৰ্তমানে থকা মন্ত্ৰীৰ সংখ্যা হৈছে ৫৭ গৰাকী।

তেওঁলোকৰ মাজৰে বহু কেইজনে একাধিক দপ্তৰ চম্ভালি থাকিবলগীয়া হৈছে।

এনে পৰিস্থিতিত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ জৰুৰী হৈ পৰিছে।মোডী মন্ত্ৰী সভাত নতুন মন্ত্ৰীৰ তালিকাত নাম থকা নেছনেল ডেম’ক্ৰেটিক পাৰ্টীৰ নেত্ৰী আগাথা চাংমাৰ  দিল্লীত বেছ প্ৰভাৱ আছে।তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বতো আছিল।

তদুপৰি তেওঁ বিজেপিৰ মিত্ৰজোঁট এন পি পিৰ নেতা তথা   মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী আৰু পি এ চাংমাৰ কন্যা।সেয়ে তেওঁৰো সম্ভাৱনা প্ৰৱল বুলি সূত্ৰটোৱে সদৰী কৰিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd