• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলিগড় মুছলিম বিঃবিদ্যালয়ক বায়ু সেনাই দিয়া যুদ্ধ বিমান ৯.৯৯ কোটি টকাত বিক্ৰীৰ বাবে ওলাল OLXত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2020 3:11 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ু সেনাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ক উপহাৰৰূপে প্ৰদান কৰা এখন এয়াৰক্ৰাফ্ট OLXৰ যোগেদি ৯.৯৯ কোটি টকাত বিক্ৰীৰ কৰা হ’ব!

যোৱা সোমবাৰে OLXৰ ৱেবচাইটত এইদৰে এয়াৰক্ৰাফ্টৰ ফ’টোসহ এক প’ষ্ট আপলোড হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সংবাদ মাধ্যমত।

Apply Now

উল্লেখ্য যে ভাৰতীয় বায়ু সেনাই ২০০৯ বৰ্ষত প্ৰসিদ্ধ আলিগড় মুছলিম বিশ্ববিদ্যালয়ক এখন এয়াৰক্ৰাফ্ট উপহাৰৰূপে প্ৰদান কৰিছিল।

ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ কেম্পাছত এয়াৰক্ৰাফ্টখন এক প্ৰতীকৰূপে প্ৰতিষ্ঠা কৰি ৰাখিছে।

উক্ত এয়াৰক্ৰাফ্টখন যোৱা সোমবাৰে OLXৰ ৱেবচাইটত ৯.৯৯ কোটি টকাত বিক্ৰীৰ বাবে ফ’টোসহ প্ৰকাশ কৰা হৈছিল।

বিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে OLXৰ ৱেবচাইটৰ পৰা এয়াৰক্ৰাফ্টখন বিক্ৰীৰ বাবে দিয়া প’ষ্টটো আঁতৰাই দিয়া হৈছে।

ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়ে যে, OLXৰ ৱেবচাইটত থকা উক্ত প’ষ্টটো ভুৱা আৰু শিক্ষানুষ্ঠানখন গৰিমাত কালিমা সানিবলৈ এনে কৰা হৈছে।

“OLXৰ ৱেবচাইটত চৌহদত থকা এয়াৰক্ৰাফ্টখন বিক্ৰীৰ বাবে কৰা প’ষ্টটো শুদ্ধ নহয়। বিশ্ববিদ্যালয়ে এইখন বিক্ৰী বা নিলামৰ বাবে কোনো পদক্ষেপ লোৱা নাই। আমি বিষয়টো চালি জাৰি চাইছো। এয়া হৈছে বিশ্ববিদ্যালয়খনৰ গৰিমা লাঘৱ কৰাৰ এক প্ৰচেষ্টা।” বিশ্ববিদ্যালয়খনৰ অধ্যাপক মহঃ ৱাছিম আলিয়ে  এইদৰে কয়।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক শাখাৰ কেম্পাছত বায়ু সেনাৰ এক প্ৰতীকৰূপে ভাৰতীয় বায়ু সেনাৰ উক্ত এয়াৰক্ৰাফ্টখন স্থাপন কৰা হৈছিল।

কোনো দুষ্টচক্ৰই সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাৰ উদ্দেশ্যে এই এয়াৰক্ৰাফ্টখন ৯.৯৯ কোটি টকাত বিক্ৰী কৰা হ’ব বুলি OLXৰ ৱেবচাইটত আপলোড কৰা বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd