• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰিবলৈ পত্নীক বাধ্য কৰোৱাই প্ৰাণ হেৰুৱালে এগৰাকী স্বামীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2020 5:42 pm
index.jpgৈ

প্ৰতিকী ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীক অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰাই মৃত্যুক সাৱটি ল’ব লগা হৈছে এজন স্বামীয়ে। ঘটনাটো ঘটিছে মাদুৰাইৰ টিৰুমংগলমত।

ঘটনাৰ বিৱৰণীৰ মতে দীৰ্ঘদিন ধৰি শিক্ষয়িত্ৰী পত্নীক শাৰীৰিক নিৰ্যাতন চলাই অহা মাতাল স্বামীয়ে ঘটনাৰ দিনাও পত্নীক অপ্ৰাকৃতি যৌন সম্পৰ্ক স্থাপনৰ বাবে বাধ্য কৰাব খুজিছিল।

Apply Now

কিন্তু পত্নীয়ে পৰিয়ালৰ অন্য সদস্যৰ সহায়ত কুলাংগাৰ স্বামীক সেইদিনাই হত্যা কৰে।

অজ্ঞান অৱস্থাত পৰিয়ালৰ লোকৰ সৈতে পত্নীয়ে স্বামীক স্থানীয় চিকিৎসালয়লৈ লৈ গৈছিল। আৰু চিকিৎসকৰ আগত স্বামীয়ে বিচনাৰ পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি জনাইছিল।

চিকিৎসকে জনায় যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বে লোকজনৰ মৃত্যু ঘটে।

মৃত ব্যক্তিজনৰ স্বাস্থ্য পৰীক্ষা কৰোতে চিকিৎসকে গুপ্তাংগ আঘাত প্ৰত্যক্ষ কৰি সন্দেহ হোৱাত স্থানীয় মাদুৰাই আৰক্ষীক ঘটনাটো অৱগত কৰে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি পত্নীক জেৰা কৰে।

আৰক্ষীৰ জেৰাত পত্নী স্বীকাৰ কৰিছে যে পৰিয়ালৰ আন সদস্যৰ সহায়ত স্বামীক হত্যা কৰিছে।

পত্নী গৰাকীয়ে লগতে আৰক্ষীক কয় যে সদায় মাতাল হৈ স্বামীয়ে অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁক বাধ্য কৰাৰ বাবে স্বামীক হত্যা কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মৃত ব্যক্তিজনৰ নাম ই সুন্দৰ(৩৪)। আঠ বছৰ পূৰ্বে সুন্দৰে শিক্ষয়িত্ৰী গৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

যোৱা বৃহস্পতিবাৰে পত্নীয়ে স্বামীক টোপনিৰ ঔষধ খোৱাই দিয়ে। টোপনি ঔষধ খাই টোপনিত ঢলি পৰাৰ পিছতে পৰিয়ালৰ আন সদস্যসহ পত্নীয়ে স্বামীক মুখত এটা প্লাষ্টিকৰ বেগেৰে সোপা মাৰি শ্বাস-প্ৰশ্বাস বন্ধ কৰিবলৈ প্ৰয়াস কৰে।

কিন্তু ইমানতো স্বামীৰ মৃত্যু নোহোৱাত পত্নীয়ে স্বামীৰ গুপ্তাংগত আঘাত কৰে আৰু তাৰ পিছতে স্বামীৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ মতে মৃতলোকজনে যোৱা আঠ বছৰ ধৰি পত্নীক অপ্ৰাকৃতিক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰি শাৰীৰিক নিৰ্যাতন চলাই আহিছিল।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত শনিবাৰে আৰক্ষীয়ে পত্নীসহ অন্য এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd