• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰক নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান

নতুন চুক্তিপত্ৰৰ বিৰোধিতা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2020 7:12 pm
Primary TET passed teachers' society urges BJP-led Govt. to fulfill poll promise
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন অসম চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

সংবাদমেলযোগে বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনায় টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্বই।

Apply Now

‘বিজেপি শাসিত ৰাজ্য চৰকাৰৰ যোৱা বিধানসভা নিৰ্বাচনৰ “ভিজন ডকুমেণ্ট”ত চৰকাৰ গঠন হলেই ঠিকাভিত্তিক টেট্ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হব বুলি উল্লেখ আছিল। অতি পৰিতাপৰ বিষয় এয়াই যে ,আজিলৈ এই সমস্যাৰ সমাধান নহ’ল।‘ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদমেলত এইদৰে কয় টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই।

যোৱা ইংৰাজী ০৭/০৬/২০২০ তাৰিখে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাময়িক সকাহ হিচাপে এই শিক্ষক সকলক ৬০ বছৰলৈ চাকৰি সুৰক্ষা প্ৰদানৰ লগতে অন্যান্য কিছু অতিৰিক্ত সা-সুবিধা প্ৰদান কৰিছে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

তেওঁ আৰু কয় ‘ইতিমধ্যে কেবিনেটৰ এই সিদ্ধান্তৰ নিৰ্দেশনাও ওলাইছে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে কিছুদিন পাছতে শিক্ষা বিভাগে এই সকল শিক্ষকক নতুন চুক্তি পত্ৰত চহী কৰিবলৈ দিয়ে। এই চুক্তিপত্ৰ ৰাজহুৱা হোৱাৰ লগে লগে সকলো শিক্ষকে একলগে ইয়াৰ বিৰোধীতা কৰে।‘

ইপিনে, প্ৰতিখন জিলাত ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলৰ মতামত গ্ৰহণ কৰি জিলা সমিতি সমূহৰ পৰা “সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজে” লিখিত পৰামৰ্শ লয় আৰু এখন ডিজিটেল কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে নতুন চুক্তিপত্ৰত স্বাক্ষৰ নকৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি সেই প্ৰস্তাৱ অসমৰ  মুখ্যমন্ত্ৰী,  শিক্ষামন্ত্ৰী, প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকক প্ৰদান কৰা হয়  বুলি তেওঁ জনায়।

তদুপৰি, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীকো সাক্ষাৎ কৰি বিষয়টো সমাধানৰ বাবে অনুৰোধ জনোৱা হয় বুলি তেওঁ সংবাদমেলত জনায়।

আনহাতে, একেখন সংবাদমেলত উপস্থিত থকা সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয় ‘সাময়িক ভাৱে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া সকাহ শিক্ষক সমাজে আদৰণি জনাইছিল যদিও শিক্ষাবিভাগে হঠাৎ দিয়া চুক্তিপত্ৰই সকলোকে আচৰিত কৰি তুলিছে। এনে চুক্তি পত্ৰ কেতিয়াও গ্ৰহণ যোগ্য নহয় আৰু মন্ত্ৰীয়ে ঘোষণা কৰা সাময়িক সকাহ এক নিৰ্দেশনাৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হওক, চুক্তিৰ জৰিয়তে নহয়।‘

সংবাদ মেলত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়া কৰণৰ দাবী জনাই ৰচিদে কয় ‘উচ্চতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ বাধাৰ বাবে নিয়মীয়াকৰণ কৰিব নোৱাৰি বুলি শিক্ষামন্ত্ৰীয়ে। ইতিমধ্যে যোৱা ১০ দিন আগত চুবুৰীয়া ৰাজ্য মণিপুৰত সকলো ঠিকাভিত্তিক কৰ্মৰত  শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছে। গতিকে একেখন দেশৰ দুখন ৰাজ্যৰ বাবে পৃথক আইন নিশ্চয় নহয়। গতিকে, টেট্ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণত কোনো বাধা নাই সেয়া নিশ্চিত।‘

তেওঁ লগতে কয় ‘শিক্ষাৰ অধিকাৰ আইন ২০০৯(RTE) আৰু কেন্দ্ৰীয় চৰকাৰৰ পেব( PAB)ৰ নিৰ্দেশনা অনুযায়ী এই শিক্ষক সকলক অতি শীঘ্ৰে নিযুক্তিৰ ডুৱেল কেডাৰ ভংগ কৰি প্ৰাথমিক শিক্ষা বিভাগৰ অধীনলৈ নিবলৈ আহ্বান জনায়। নতুন চুক্তিপত্ৰ বাতিল কৰিব লাগে‘।

আনহাতে, নিম্ন প্ৰাথমিক শিক্ষক সকলে যোৱা ২০১৭ চনৰ পৰাই পাবলগীয়া বৰ্দ্ধিত গ্ৰেড পে সৰ্বশিক্ষাৰ এটা কাৰ্যালয়ৰ লেহেমীয়া গতি আৰু অৱহেলাৰ বাবে হৈ  উঠা নাছিল বুলিও ৰচিদে অভিযোগ তোলে।

ইয়াৰোপৰি নিম্ন প্ৰাথমিক শিক্ষকৰ যোগ্যতা মতে চৰকাৰী নিৰ্দেশনা অনুসৰি গ্ৰেড-পেৰ সমস্যা অতি সোনকালে সমাধান কৰাৰ লগতে যোৱা ২০১৯ চনৰ জুলাই মাহৰ পৰা পাব লগীয়া ৫% মৰগীয়া ভাট্টা বকেয়া সহ মুকলি কৰি দিবলৈ দাবী কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে।

ইপিনে, ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়া শিক্ষকৰ সম মৰ্য্যদা দিয়াৰ কথা শিক্ষা মন্ত্ৰীয়ে প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত কোনো ঠিকাভিত্তিক শিক্ষক  কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰিলে অৱসৰকালীন সময়লৈ নিয়মীয়া কৰ্মচাৰীৰ দৰে দৰমহা তথা পৰিয়ালটোৰ ভৰণ-পোষণৰ ব্যৱস্থা কৰিবলৈ দাবী কৰে সংগঠনটোৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd