• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীক শাৰীৰিক অত্যাচাৰ চলাই তিনি তালাক দি গ্ৰেপ্তাৰ হ’ল অসমৰ এগৰাকী কলেজ শিক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2020 8:04 pm
2-28-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

636
VIEWS
Share on FacebookShare on Twitter

অসমৰ এজন কলেজ শিক্ষকে পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি মধ্য অসমৰ মৰিগাঁৱৰ এখন মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা মহম্মদ শ্বৰীফ উদ্দিন(৪৮)ক পত্নী পাৰবীন আখতাৰ চৌধুৰী(৪৩)ৰ এজাহাৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে আজি মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় দণ্ডবিধি আইনৰ কেবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা প্ৰৱক্তাজনক ইতিমধ্যে মৰিগাঁও আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰৱক্তা উদ্দিনে অন্য এগৰাকী মহিলাক বিয়া কৰাব খুজিছিল।

কিন্তু পত্নী পাৰবীনৰ বিৰোধিতাৰ বাবে তেওঁ উক্ত মহিলাগৰাকীক বিয়া নোৱাৰি পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। আনকি পত্নীক তিনি তালাক দি ঘৰৰ পৰা বহিস্কাৰ কৰিছিল।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে ২০১৭ চনতে ইছলামৰ বিতৰ্কিত তিনি তালাক বিবাহ বিচ্ছেদ ধৰ্মীয় আইনখন নিষিদ্ধ কৰিছিল।

প্ৰৱক্তা উদ্দিনৰ পত্নীয়ে এই ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি প্ৰৱক্তাগৰাকীক গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰোৱায়।

“গ্ৰেপ্তাৰ কৰা লোকজন এখন কলেজৰ অৰ্থনীতিৰ প্ৰৱক্তা। তেওঁ দ্বিতীয় বিবাহ কৰাবলৈ পত্নীৰ সন্মতি বিচাৰিছিল। কিন্তু পত্নীয়ে ইয়াৰ বিৰোধ কৰাৰ বাবে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। কালি(সোমবাৰে) তেওঁ পত্নীক ইয়াৰ বাবে প্ৰহাৰ কৰি তিনি তালাক দি ঘৰৰ পৰা বহিস্কাৰ কৰি দিয়ে।” মৰিগাঁও আৰক্ষী অধীক্ষ নন্দ সিঙে সংবাদ মাধ্যমৰ আগত কয়।

আচামী প্ৰৱক্তাজনে শহুৱেকৰ ওচৰতে ১৩ লাখ টকাৰে মাটি ক্ৰয় তাতে এটা ঘৰ নিৰ্মাণ কৰিছিল।

“ভুক্তভোগী মহিলাগৰাকী ডেন্টেল কলেজত অধ্যনৰত কন্যাৰ সৈতে পিতৃৰ গৃহত আছে। তেওঁ আজি আহি কান্দি কান্দি মোক সকলো কথা অৱগত কৰে। মই ক’লো এই সংক্ৰান্ত একো কৰিব নোৱাৰিম আদালতহে ইয়াৰ সিদ্ধান্ত ল’ব।” অধীক্ষক গৰাকীয়ে লগতে আৰু কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd