• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শনি লাগিছে মধ্য প্ৰাচ্যত! : লেবাননৰ পিছত এইবাৰ সংযুক্ত আৰৱ আমিৰশ্বহীত বিধ্বংসী জুই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 8:34 am
2020-08-05t185835z_2067072018_rc2u7i9c8gdv_rtrmadp_3_emirates-blaze
14.8k
VIEWS
Share on FacebookShare on Twitter

শনি লাগিছে নেকি মধ্য প্ৰাচ্যত! ইখনৰ পিছত সিখন মধ্য প্ৰাচ্যৰ দেশত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ, বিধ্বংসী অগ্নিকাণ্ড আদি।

লেবাননৰ ৰাজধানী বেইৰুটৰ ভয়ংকৰ বিস্ফোৰণৰ পিছত এইবাৰ সংযুক্ত আৰৱ আমিৰশ্বাহীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

বুধবাৰে স্থানীয় সময় সন্ধিয়া ৬.৩০ মান বজাত দপদপাই জ্বলি উঠে আমিৰশ্বাহীৰ আজমান মাৰ্কেট।

স্থানীয় সংবাদ প্ৰতিষ্ঠান খলিল টাইমছৰ খবৰ অনুসৰি মাৰ্কেটখনৰ পাচলি বজাৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

ইয়াৰ পিছতে লাহে লাহে সমগ্ৰ মাৰ্কেটখনক জুই লেলিহান শিখাই আগুৰি ধৰে।

স্থানীয় প্ৰশাসনে তৎপৰতাৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা লয় যদিও ইতিমধ্যে সমগ্ৰ মাৰ্কেটখন জুই ভষ্মীভূত হয়।

DEVELOPING: Massive fire breaks out at market in Ajman, United Arab Emirates; no word yet on cause or injuries

pic.twitter.com/9VhXhHO5g8

— Breaking911 (@Breaking911) August 5, 2020

এই বিধ্বংসী অগ্নিকাণ্ডটোত কিমান লোক হতাহত হৈছে সেয়া জানিব পৰা হোৱা নাই।

স্মৰ্তব্য যে ইয়াৰ আগদিনা লেবাননৰ ৰাজধানী বেইৰুটৰ বন্দৰত থকা এটা ৰাসায়নিক দ্ৰৱ্য মজুত ৰখা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল।

উক্ত ভয়ংকৰ বিস্ফোৰণ শতাধিক লোক নিহত হোৱাৰ উপৰি ৪ হাজাৰৰো অধিক লোক আহত হৈছে।

Recent News

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

অনিশ্চয়তাত এছিয়া কাপ ২০২৫: প্ৰতিযোগিতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বিচিচিআইৰ

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

মৰ্মান্তিক! বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ চাৰিটা শিশুৰ কৰুণ মৃত্যু

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

ঋণ জালিয়াতিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ইউকো বেংকৰ প্ৰাক্তন কাৰ্যবাহী সুবোধ গোৱেলক

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd