• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটৰ আশাত বাংলাদেশীক তুষ্টিকৰণ কৰিছে সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 8, 2020 4:06 pm
ooooo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কোনো খিলঞ্জীয়াই চৰকাৰক সমালোচনা কৰিলে বা চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে বৰ্তমানৰ চৰকাৰখনে তেওঁলোকৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ জাপি দিবলৈ সংকোচ নকৰে, কিন্তু পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া বুলি ভিডিঅ’ প্ৰমাণ আৰু বহু সাক্ষী থকাৰ পিছতো এইখন চৰকাৰে এনেধৰণৰ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ লুকোৱাব চেষ্টা কৰে।‘ যোৱা ৫ আগষ্টৰ শোণিতপুৰ জিলাৰ ঠেলামৰা কাণ্ডক লৈ এইদৰে ৰাজ্য চৰকাৰক সমালোচনা কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত হাজৰিকাই কয় ‘যোৱা ৫ আগষ্টত বৰচলা সমষ্টিত যি হিংসাত্মক ঘটনাত “পাকিস্তান জিন্দাবাদ”ৰ শ্লোগান ভিডিঅ’ত স্পষ্টভাবে প্ৰকাশ পাইছে, লগতে উপস্থিত ৰাইজে সমস্বৰে এনে শ্লোগান দিয়া বুলি অভিযোগ দিছে, কিন্তু শোণিতপুৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিনা তদন্তে এইটো নাকচ কৰিলে। ইয়াৰ ৰহস্য কি?’

Apply Now

তেওঁ লগতে অভিযোগ কৰি কয় ‘উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক জ্ঞাত নহয় নেকি যে যিসকলে পাকিস্তান জিন্দাবাদ শ্লোগান দিছিলে, তেওঁলোক যে প্ৰকৃততে চৰকাৰী ভূমি বেদখলকাৰী। পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটো হৈছে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ।‘

ইয়াৰ গুৰিতে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ ভোটৰ আশাত কৰা বাংলাদেশী তুষ্টিকৰণৰ ভুমিকা বুলি দাবী কৰি হাজৰিকাই কয় ‘যদিও সৰ্বানন্দ সোনোৱালক ৰাইজে এজন নিষ্ক্ৰিয় মূখ্যমন্ত্ৰী হিচাপে গণ্য কৰে, কিন্তু প্ৰকৃততে তেওঁ বাংলাদেশী তুষ্টিকৰণত সম্পূৰ্ণ সক্ৰিয়।‘

ইয়াৰ কেইটামান উদাহৰণ দি হাজৰিকাই কয় ‘NRC ৰ সময়ত NRC প্ৰক্ৰিয়াত জড়িত যি অপৰাধ দৈনন্দিন তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। যেনে – উৎকোচ দিয়া ভিডিঅ’, জাল নঠি-পত্ৰ, বিদেশীক বিষয়া হিচাপে নিযুক্তি ইত্যাদি ইত্যাদি। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তদন্ত নহ’ল আৰু সেইকাৰণে NRC ৰ লগত জড়িত অপৰাধী বিলাক সাৰি গ’ল আৰু আমি এখন বিদেশীৰে ভৰা NRC পালোঁ।‘

আন এক উদাহৰণ দি হাজৰিকাই কয় ‘স্বৰ্গীয়া অৰ্ণমাই বৰাৰ নৃশংস হত্যাকাণ্ডই যমুনামূখত বাছি থকা ২০% খিলঞ্জীয়াক নিৰাপত্তাহীন কৰিলে। তেখেত এজন ভাৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল হোৱাৰ স্বত্তেও তেওঁৰ সন্তানে ক্ষতিপূৰণ হিচাপে নিজৰ প্ৰাপ্য চৰকাৰী চাকৰিটো নাপালে। আনফালে ABMSUৰ নেতা লফিকুল ইছলামৰ হত্যাত, এইখন চৰকাৰেই তেওঁৰ পৰিয়ালৰ দুজন সদস্যক চৰকাৰী চাকৰি দিলে, যি কিন্তু আইনগত ভাবে প্ৰাপ্য নাছিল।‘

‘২০১৭ চনৰ নবেম্বৰত, ছিপাঝাৰৰ স্বৰ্গীয় আনন্দ দাসক নিজ মাটিতে খেতি কৰি থকা অৱস্থাত বেদখলকাৰী বাংলাদেশীয়ে হত্যা কৰে, কিন্তু তেওঁৰ হত্যাকাৰী চৰকাৰৰ পৃষ্ঠপোষকতাতে মুকলিকৈ ঘূৰা ফুৰা কৰি আছে।‘

ইপিনে, বিগত দশকৰ পৰা যদিও কংগ্ৰেছে পৰোক্ষভাৱে বাংলাদেশী সংস্থাপন দি তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় ‘কিন্তু বৰ্তমানৰ তথাকথিত হিন্দুত্ববাদী চৰকাৰখনে মুক্তভাৱে, বিনা সংকোচে  বাংলাদেশী তুষ্টিকৰণ কৰি আছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd