• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকক “জেহাদী” সজোৱা শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা!

"মালিকক লৈ কৰা মন্তব্যক লৈ কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে": শিলাদিত্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2020 6:48 am
WhatsApp Image 2020-08-08 at 11.37.57 PM

বিধায়ক শিলাদিত্য দেব।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজি বৌদ্ধিক জেহাদৰে ভৰপূৰ বুলি উল্লেখ কৰি তেওঁক “জেহাদী” সজোৱা বিতৰ্কিত বিধায়ক শিলাদিত্যই নোখোজে ৰাজহুৱা ক্ষমা।

তেওঁ কৰা এটা ফেচবুক পোষ্টত এই কথা স্পষ্টকৈ প্ৰকাশ পাইছে।

Apply Now

সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক জেহাদৰ সৈতে তুলনা কৰি বিভিন্ন দল-সংগঠনে হোজাইৰ বিধায়কজনক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছিল।

শেহতীয়াকৈ তেওঁৰে সতীৰ্থ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালে শিলাদিত্যই ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ সকলো স্থিতিৰে সদায় বিৰোধ কৰি যাব বুলি হুংকাৰ দিছিল।

ইমানৰ পাছতো বিতৰ্কিত বিধায়কগৰাকীয়ে ক্ষমা খোজা দূৰৰ কথা ইয়াক লৈ কিছুমানে বিতৰ্কৰ অৱকাশ বিচাৰি পোৱা বুলিহে উল্লেখ কৰে।

WhatsApp Image 2020-08-08 at 11.37.44 PM 1

শনিবাৰে নিশা প্ৰায় ১০ বজাত কৰা এটা ফেচবুক পোষ্টত তেওঁ লিখি কয়,  “অসমবাসীৰ দৃষ্টিত এজন শ্ৰদ্ধেয় পুৰুষ মালিক ডাঙৰীয়া। মালিক চাহাবৰ ‘আমি অসমীয়া’ নামৰ দীঘল কবিতাটো পঢ়ি আন বহুতৰ দৰেই মোৰ মনতো কেতবোৰ চিন্তা-ভাৱনাৰ উদ্ৰেক হৈ আহিছে সেয়া সত্য। আৰু সেইবাবেই মই মালিক চাহাব সন্দৰ্ভত শেহতীয়াকৈ কৰা এক মন্তব্যক লৈ কোনো কোনোৱে বিতৰ্কৰ অৱকাশ বিচাৰি পাইছে।”

 

অৱশ্যে, ক্ষমা খোজাৰ সলনি তেওঁৰ বক্তৱ্যই কষ্ট দিয়াসকলক লৈহে দুখ প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই।

শিলাদিত্যই কয়, “মাত্ৰ এটা কথাকেই কওঁ-যদি মোৰ সেই বক্তব্যই কাৰোবাক কষ্ট দিছে তেন্তে তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ। কাকো দুখ দিয়াৰ উদ্দেশ্য নাছিল মোৰ।”

ইপিনে, বিষয়টো ইয়াতে ইতি পেলাবলৈ সংশ্লিষ্ট সকলক আহ্বান জনাই নিজৰ দাম্ভিকতাৰ পৰিচয় দিলে বিতৰ্কিত বিধায়কজনে।

তেওঁ শেষত লিখি কয়, “মোৰ সেই মন্তব্য আছিল একান্ত ব্যক্তিগত আৰু ইয়াৰ সৈতে মোৰ দল তথা চৰকাৰৰ কোনো সম্পৰ্ক নাই সেয়াও স্পষ্ট কৰি দিলোঁ।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd