• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত ভাৰতীয় সেনা : প্রতিৰক্ষা সম্পৰ্কীয় সংসদীয় কমিটিক জনালে সেনা প্ৰধানে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2020 4:12 pm
Indian Army
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ সৈতে সীমান্ত বিবাদ তথা উত্তেজনা সাময়িক ভাৱে স্তিমিত হ’লেও চীনৰ বিৰুদ্ধে এখন দীঘলীয়া যুদ্ধৰ বাবে প্ৰস্তুত বুলি জনাইছে ভাৰতীয় সেনাই।

উল্লেখ্য যে, চীনে লাডাখ সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা নাই বুলি ভাৰতে প্ৰায়ে অভিযোগ তুলি আহিছে।

Apply Now

ইপিনে পাংগং হ্ৰদৰ ফিঙ্গাৰ পইণ্ট আৰু দেপচাং উপত্যকাৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰিবলৈ অমান্তি হৈছে।

চীনৰ দাবী যে উক্ত অঞ্চলসমূহ চীনৰ ভূখণ্ডৰ ভিতৰত পৰে।

এনে বিবাদৰ পৰিপ্ৰেক্ষিত যুদ্ধৰ দ্বাৰাহে উক্ত অঞ্চলসমূহৰ পৰা পিপ’লছ লিবাৰেশ্যন আৰ্মিক উৎখাট কৰাতো সম্ভৱ বুলি ভাৰতে ভাবিছে।

তেনে সময়তে চিফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ নেতৃত্বত সেনাৰ শীৰ্ষ বিষয়াই প্ৰতিৰক্ষা বিষয়ক সংসদীয় সমিতিক জনাইছে যে লাডাখৰ চীন সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ সম্পূৰ্ণ হ’বলৈ কিছু সময় লাগিব।

যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় বা চীনৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধৰ প্ৰয়োজন হয়, তাৰবাবে ভাৰতীয় সেনা সম্পূৰ্ণ প্ৰস্তুত হৈ আছে বুলিও সেনাৰ শীৰ্ষ বিষয়াই সংসদীয় সমিতিক অৱগত কৰিছে।

সেনাৰ শীর্ষ বিষয়াসকলে প্ৰতিৰক্ষা সম্পৰ্কীয় সংসদীয় সমিতিক শীত কালৰ বিপদজ্জনক পৰিস্থিতিটো ভাৰতীয় সেনা যুদ্ধ কৰিব পৰাকৈ সাজু হৈ উঠিছে বুলি জনাইছে।

উল্লেখ্য যে, শীত কালত লাডাখৰ তাপমাত্ৰা শূণ্য ডিগ্ৰীতকৈ তললৈ নামে। তেনে অৱস্থাত লাডাখত সৈন্য বাহিনীয়ে যুদ্ধ কৰাতো বাদেই টহলদাৰী কাম কৰাটোও অতি কষ্টকৰ হৈ পৰে।

তেনে অৱস্থাতো সেনা বাহিনীৰ শীৰ্ষ বিষয়াই সংসদীয় সমিতিক ভাৰতীয় সেনা দীৰ্ঘকালীন যুদ্ধৰ বাবে প্ৰস্তুত বুলি কোৱাটো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ইপিনে স্থলসেনা প্ৰধান মনোজ মুকুন্দ নাৰভানে সেনা কামাণ্ডাৰসকলক সকলো ধৰণৰ যুদ্ধৰ অনুশীলন অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd