• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : পিতৃ-মাতৃৰ মৃত্যুৰ পিছতো পৈতৃক সম্পত্তিৰ সমধিকাৰ পাব কন্যা সন্তানে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2020 6:41 pm
Supreme_Cxourt_PTI12
638
VIEWS
Share on FacebookShare on Twitter

২০০৫ চনতে দেশত হিন্দু উত্তৰাধিকাৰ (সংশোধিত) আইন, ২০০৫ (Hindu Succession (Amendment) Act,2005) বলৱৎ কৰা হৈছিল।

উক্ত সংশোধিত হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ৰ দ্বাৰা কন্যাকো পৈতৃ সম্পত্তিৰ অধিকাৰিত্ব প্ৰদান কৰা হৈছিল।

কিন্তু উক্ত সংশোধিত আইনত পিতৃ-মাতৃৰ বিয়োগৰ পিছত কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিবনে নাই সেই বিধান দিয়া হোৱা নাছিল।

দেশৰ সর্বোচ্চ ন্যায়ালয়ে আজি হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ৰ অধীনত পিতৃ-মাতৃৰ বিয়োগৰ পিছতো কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব বুলি ঐতিহাসিক ৰায় প্ৰদান কৰিছে।

উল্লেখ্য যে, ২০১৬ চনত প্ৰকাশ আৰু ফুলৱতী গোচৰত আদালতে পিতৃ-মাতৃৰ বিয়োগৰ পিছত কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ নকৰিব বুলি কোৱা হৈছিল।

কিন্তু ২০১৮ চনত পুনৰ অন্য এটা তদ্ৰূপ গোচৰত আদালতে উক্ত আইন কাৰ্যকৰী হ’ব বুলি জনাইছিল।

ইয়াৰ পিছতে হিন্দু উত্তৰাধিকাৰ আইনখনৰ এই বিষয়টো বিবাদমান হৈ ধৰা দিছিল।

আজি বিচাৰপতি অৰুণ মিশ্ৰৰ নেতৃত্বাধীন তিনি সদস্যৰ বিচাৰপীঠে ২০০৫ চনৰ হিন্দু উত্তৰাধিকাৰ আইনৰ ৬ নং ধাৰা অনুযায়ী কন্যা সন্তানৰো পৈতৃক সম্পত্তিৰ ওপৰত সমান অধিকাৰ আছে বুলি ৰায়দান কৰিছে।

ৰায়দানৰ সময়ত বিচাৰপতি অৰুণ মিশ্ৰই কয়, “পৈতৃক সম্পত্তিৰ ওপৰত পুত্ৰ সন্তানৰ সমানে কন্যা সন্তানৰো সমান অধিকাৰ আছে। এইক্ষেত্ৰত সম্পত্তিৰ গৰাকী পিতৃ-মাতৃ জীয়াই থাকক বা নাথাকক সম্পত্তিৰ ওপৰত কন্যা সন্তানৰ আজীৱন অধিকাৰ থাকিব।”

উল্লেখ্য যে হিন্দু উত্তৰাধিকাৰ (সংশোধিত) আইন, ২০০৫ চনৰ ৯ ছেপ্তেম্বৰ বলৱৎ কৰা হৈছিল। সেই সময়ত জীৱিত পিতৃ-মাতৃৰ কন্যা সন্তানেহে উক্ত আইনৰ অধীনত পৈতৃক সম্পত্তিৰ অধিকাৰ লাভ কৰি আহিছিল।

এতিয়াৰ পৰা ২০০৫ চনত বা তাৰ পূৰ্বেও কোনো পিতৃ-মাতৃৰ মৃত্যু হোৱা কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd