• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় : পিতৃ-মাতৃৰ মৃত্যুৰ পিছতো পৈতৃক সম্পত্তিৰ সমধিকাৰ পাব কন্যা সন্তানে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2020 6:41 pm
Supreme_Cxourt_PTI12
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৫ চনতে দেশত হিন্দু উত্তৰাধিকাৰ (সংশোধিত) আইন, ২০০৫ (Hindu Succession (Amendment) Act,2005) বলৱৎ কৰা হৈছিল।

উক্ত সংশোধিত হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ৰ দ্বাৰা কন্যাকো পৈতৃ সম্পত্তিৰ অধিকাৰিত্ব প্ৰদান কৰা হৈছিল।

Apply Now

কিন্তু উক্ত সংশোধিত আইনত পিতৃ-মাতৃৰ বিয়োগৰ পিছত কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিবনে নাই সেই বিধান দিয়া হোৱা নাছিল।

দেশৰ সর্বোচ্চ ন্যায়ালয়ে আজি হিন্দু উত্তৰাধিকাৰ আইন ২০০৫ৰ অধীনত পিতৃ-মাতৃৰ বিয়োগৰ পিছতো কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব বুলি ঐতিহাসিক ৰায় প্ৰদান কৰিছে।

উল্লেখ্য যে, ২০১৬ চনত প্ৰকাশ আৰু ফুলৱতী গোচৰত আদালতে পিতৃ-মাতৃৰ বিয়োগৰ পিছত কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ নকৰিব বুলি কোৱা হৈছিল।

কিন্তু ২০১৮ চনত পুনৰ অন্য এটা তদ্ৰূপ গোচৰত আদালতে উক্ত আইন কাৰ্যকৰী হ’ব বুলি জনাইছিল।

ইয়াৰ পিছতে হিন্দু উত্তৰাধিকাৰ আইনখনৰ এই বিষয়টো বিবাদমান হৈ ধৰা দিছিল।

আজি বিচাৰপতি অৰুণ মিশ্ৰৰ নেতৃত্বাধীন তিনি সদস্যৰ বিচাৰপীঠে ২০০৫ চনৰ হিন্দু উত্তৰাধিকাৰ আইনৰ ৬ নং ধাৰা অনুযায়ী কন্যা সন্তানৰো পৈতৃক সম্পত্তিৰ ওপৰত সমান অধিকাৰ আছে বুলি ৰায়দান কৰিছে।

ৰায়দানৰ সময়ত বিচাৰপতি অৰুণ মিশ্ৰই কয়, “পৈতৃক সম্পত্তিৰ ওপৰত পুত্ৰ সন্তানৰ সমানে কন্যা সন্তানৰো সমান অধিকাৰ আছে। এইক্ষেত্ৰত সম্পত্তিৰ গৰাকী পিতৃ-মাতৃ জীয়াই থাকক বা নাথাকক সম্পত্তিৰ ওপৰত কন্যা সন্তানৰ আজীৱন অধিকাৰ থাকিব।”

উল্লেখ্য যে হিন্দু উত্তৰাধিকাৰ (সংশোধিত) আইন, ২০০৫ চনৰ ৯ ছেপ্তেম্বৰ বলৱৎ কৰা হৈছিল। সেই সময়ত জীৱিত পিতৃ-মাতৃৰ কন্যা সন্তানেহে উক্ত আইনৰ অধীনত পৈতৃক সম্পত্তিৰ অধিকাৰ লাভ কৰি আহিছিল।

এতিয়াৰ পৰা ২০০৫ চনত বা তাৰ পূৰ্বেও কোনো পিতৃ-মাতৃৰ মৃত্যু হোৱা কন্যা সন্তানে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd