• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Jioৰ স্বাধীনতা দিৱসৰ অ’ফাৰ; ৫মাহলৈকে বিনামূলীয়াকৈ ডাটা আৰু কলিঙৰ সুবিধা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 9:37 am
WhatsApp Image 2020-08-15 at 8.59.20 AM
1.6k
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স জিঅ’ই স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ অ’ফাৰ আগবঢ়াইছে।

এই নতুন অ’ফাৰ অনুসৰি গ্ৰাহকক JioFi 4G ৱায়েৰলেছ হটস্পট ক্ৰয় কৰিলে ৫মাহলৈকে বিনামূলীয়া ডাটা আৰু জিঅ’ৰ পৰা জিঅ’লৈ বিনামূলীয়া কলিঙৰ সুবিধা দিয়া হৈছে।

JioFi 4Gৰ মূল্য ১,৯৯৯টকা। এই অ’ফাৰৰ সুবিধা ল’বলৈ গ্ৰাহকে প্ৰথমতে JioFi ৰ বাবে কোনো এটা চলি থকা প্লেন ল’ব লাগিব।

এবাৰ ৰিলায়েন্স ডিজিটেল ষ্ট’ৰৰ পৰা JioFi হটস্পট ক্ৰয় তথা জিঅ’ ছীম এক্টিভেট হোৱাৰ পাছত গ্ৰাহকে JioFi ৰ বাবে থকা যিকোনো এটা ছিলেক্ট কৰিব পাৰে আৰু ইয়াক ডিভাইচৰ বাবে এক্টিভেট কৰিব পাৰে।

এবাৰ এক্টিভেট হোৱা ছীম ডিভাইচত লগোৱাৰ পাছত ১ঘন্টাৰ ভিতৰতে প্লেন আৰম্ভ হৈ যাব।

প্লেনৰ এক্টিভেশ্যন ষ্টেটাছ মাই জিঅ’ এপৰ জৰিয়তে চেক কৰিব পৰা যায়। JioFi ডিভাইচক কোম্পানীৰ ছাইটৰ পৰা অনলাইনতো ক্ৰয় কৰিব পাৰি।

JioFi ৰ আটাইতকৈ সস্তা প্লেনটোৰ মূল্য হৈছে ১৯৯টকা। ইয়াত প্ৰতিদিনে 1.5GB ডাটা পোৱা যায় আৰু ইয়াৰ ভেলিডিটি হৈছে ২৮দিন।

গ্ৰাহকে ৯৯টকাৰ অতিৰিক্ত আদায় দি আন কিছু সুবিধাও ল’ব পাৰে। অতিৰিক্ত পইচা দি গ্ৰাহকে জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ, প্ৰতিদিনে 1.5GB ডাটা, অন নেট ফ্ৰী কলিং, প্ৰতি ২৮দিনৰ বাবে অফ নেট কলিঙৰ বাবে ১,০০০মিনিট আৰু ১৪০দিনৰ বাবে প্ৰতিদিনে ১০০টা নেশ্যনেল এছএমএছৰ সুবিধা লাভ কৰিব পাৰে।

JioFi ৰ দ্বিতীয়টো প্লেনৰ মূল্য ২৪৯টকা। ইয়াত ২৮দিনৰ বাবে প্ৰতিদিনে 2GB ডাটা দিয়া হৈছে। ইয়াতো গ্ৰাহকে ৯৯টকা অতিৰিক্ত ভৰাই জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ, প্ৰতিদিনে 2GB ডাটা, অন নেট ফ্ৰী কলিং, প্ৰতি ২৮দিনৰ বাবে অফ নেট কলিঙৰ বাবে ১,০০০মিনিট আৰু ১১২দিনৰ বাবে প্ৰতিদিনে ১০০টা নেশ্যনেল এছএমএছৰ সুবিধা লাভ কৰিব পাৰে।

আনহাতে, তৃতীয়টো প্লেনৰ মূল্য হৈছে ৩৪৯টকা। ইয়াত গ্ৰাহকে ২৮দিনৰ বাবে 3GB ডাটা লাভ কৰিব। ইয়াতো গ্ৰাহকে ৯৯টকা অতিৰিক্ত ভৰাই জিঅ’ প্ৰাইম মেম্বাৰশ্বিপ, প্ৰতিদিনে 3GB ডাটা, অন নেট ফ্ৰী কলিং, প্ৰতি ২৮দিনৰ বাবে অফ নেট কলিঙৰ বাবে ১,০০০মিনিট আৰু ৮৪দিনৰ বাবে প্ৰতিদিনে ১০০টা নেশ্যনেল এছএমএছৰ সুবিধা লাভ কৰিব পাৰে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd