• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মন্ত্ৰী হিমন্তই মুখৰ খজুৱতি মাৰি আছে, অভিজ্ঞ ৰাজনীতিকৰ মুখত এনে কথা শোভা নাপায়’; দেৱব্ৰত শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 16, 2020 8:01 pm
Gimanta VS Debabrata
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চমু চাপি আহিছে নিৰ্বাচনৰ দিন আৰু সিমানেই বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ নেতৃত্বৰ মাজৰ মুখ চুপতি। এদিন যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰি কেইদিনমান পাছত ৰাজীৱ ভৱনটো আজমল ভৱন বুলি কটাক্ষ কৈ আনদিনা আকৌ তেওঁক উভটি ধৰে কংগ্ৰেছৰ নেতৃত্বই।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভটি ধৰি কয় ‘ৰাজীৱ ভৱনটো আজমল ভৱন হ’ব বুলি মুখৰ খজুৱতি মাৰিছে হিমন্ত বিশ্ব শৰ্মাই।‘

Apply Now

তেওঁ লগতে কয় ‘মুখ্যমন্ত্ৰী হোৱাৰ সপোন লৈ তথা তেখেতৰ বিৰুদ্ধে থকা বিভিন্ন অভিযোগৰ পৰা হাত সাৰিবলৈ যেতিয়া কংগ্ৰেছৰ গ’ল পোষ্ট এৰি বিজেপিৰ গ’ল পোষ্টলৈ লৰ মাৰিছিল।‘

‘আজি য’ত অগপ দলৰ বোকোচাত উঠি তেওঁ মাননীয় মন্ত্ৰী হৈ আছে, তাৰ আগতে অৰ্থাৎ কংগ্ৰেছ দলত থাকোতে অগপ দলৰ কাৰ্যালয়টো বিবাহ ভৱনত পৰিণত হ’ব বুলি তেওঁ কটু মন্তব্য কৰিছিল। গতিকে তেওঁৰ এইবিলাক কথা মাত্ৰ মুখৰ খজুৱতি মাৰিবলৈ কোৱা কথা।‘ হিমন্তক কটাক্ষ কৰি এইদৰে কয় দেবব্ৰত শইকীয়াই।

আনহাতে, অসমৰ ৩ কোটি জনতাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি হিমন্তই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি দেবব্ৰত শইকীয়াই কয় ‘যদি নিৰ্বাচিত বিধায়কসকলে তেওঁলোকৰ নেতা হিচাপে যদি নদাই-ভদাইকে নিৰ্বাচন কৰে তেন্তে ভাৰতীয় সংবিধানৰ মতে তেওঁয়ে মুখ্যমন্ত্ৰী হ’ব।‘

‘হিমন্ত বিশ্ব শৰ্মা অভিজ্ঞ ৰাজনীতিক গতিকে তেওঁৰ মুখত পাতলীয়া কথাই শোভা নাপায়। ময়ো হিন্দু কিন্তু কংগ্ৰেছ দলৰ নীতি আদৰ্শক ভাল পাওঁ আৰু বিৰোধী দলৰ দলপতি হৈ আছো। গতিকে এনেধৰণৰ পাতলীয়া মন্তব্যৰে গম্ভীৰ পৰিস্থিতি বেয়া নকৰিলে মই ভাল পাম।‘ শইকীয়াই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd