• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৃহকৰ্মীৰে মিলি দুই জোঁৱায়েকে মৃত শহুৰেকৰ একাউন্টৰ পৰা চুৰি কৰিলে ৩৫ লক্ষাধিক ধন

লকডাউনৰ মাজতে মৃত গৃহস্থৰ এটিএম কাৰ্ড চুৰি কৰি নিছিল গৃহকৰ্মীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2020 9:30 am
www.nenews.com
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে এগৰাকী গৃহকৰ্মীয়ে গৃহস্থৰ দুই জোঁৱায়েকৰ সৈতে মিলি মৃত মালিক তথা শহুৰেকৰ এটিএম কাৰ্ড চুৰি কৰি ৩৫ লক্ষাধিক টকা উলিয়াই নিয়ে।

ঘটনাটো সংঘটিত হৈছে কলকলতাৰ যাদৱপুৰত।

Apply Now

ঘটনাৰ বিৱৰণীৰ মতে যাদৱপুৰৰ শ্বাহ ৰোডৰ বাসিন্দা সত্যৰায়াণ আগৰৱালাৰ ঘৰত বিগত সাত বছৰে গৃহকৰ্মীৰূপে কৰ্মৰত আছিল ৰীতা ৰায় নামৰ এগৰাকী মহিলা। ৰীতা ৰায়ে বৃদ্ধ সত্যনাৰায়ণ আগৰৱালাক চোৱাচিতা কৰি আহিছিল।

কিন্তু চলিত মাহৰ জানুৱাৰী মাহত সত্যনাৰায়ণ আগৰৱালাৰ মৃত্যু হোৱাত আগৰৱালাৰ পুত্ৰ অনুৰাগ আগৰৱালাই ৰীতা ৰায়ক কামৰ পৰা অব্যাহতি দিয়ে।

ইয়াৰ পিছৰ পৰাই অনুৰাগ আগৰৱালাই লক্ষ্য কৰে যে পিতৃৰ এটা বেচৰকাৰী বেংক একাউন্টৰ পৰা মাজে মাজে কোনোবাই ধন উলিয়াই থাকে। এইদৰে তিনি মাহৰ মাজতে প্ৰায় ৩৫ লক্ষাধিক টকা দেউতাকৰ একাউন্টৰ পৰা কোনোবাই উলিয়াই নিয়ে।

তাৰ পিছতে সন্দেহ হোৱাত অনুৰাগ আগৰৱালাই বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে আৰু বেংকৰ তথ্যত ধৰা পৰে যে একাউন্টটোৰ পৰা ইতিমধ্যে ৩৫ লক্ষাধিক টকা উলিয়াই নিয়া হৈছে।

বেংকৰ তথ্যপাতিৰ আধাৰত অনুৰাগ আগৰৱালাই আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে বেংকৰ তথ্যৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰু চহৰৰ তিনি ঠাইৰ যিকেইটা এটিএমৰ পৰা ধন উলিওৱা হৈছিল তাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে।

চিচিটিভিৰ ফুটেজত দুজন লোকে মাস্ক আৰু টুপী পিন্ধি ধন উলিওৱাৰ দৃশ্য ধৰা পৰে।

এই ফুটেজ আৰু স্থানীয় অঞ্চলৰ লোকৰ সৈতে আৰক্ষীৰ চোৰাংচোৱাই অনুসন্ধান কৰি পতিয়ন যায় যে এটিএমৰ পৰা ধন উলিওৱা ব্যক্তি দুজন মৃত সত্যনাৰায়ণ আগৰৱালাৰ জোঁৰায়েক ৰঞ্জিত মল্লিক আৰু সৌমিত্ৰ চৰকাৰ।

ইতিমধ্য সত্যনাৰায়ণ আগৰৱালাৰ দুই জোঁৰায়েকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু জেৰাত স্বীকাৰ কৰিছে যে গৃহকৰ্মী ৰীতা ৰায়ে আগৰৱলাৰ এখন এটিএম কাৰ্ড চুৰি কৰি তেওঁলোকৰ হাতত তুলি দিছিল।

আৰক্ষীয়ে ৰীতা ৰায়কো গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা ২৭ লক্ষ টকা উদ্ধাৰ কৰিছে আৰু বাকী ধনখিনি খৰচ হোৱা বুলি জানিবলৈ দিছে তিনি ধন চোৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

তামিলনাডু চৰকাৰৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ সমিতি পুনৰ গঠন: ইছৰোৰ প্ৰাক্তন মুৰব্বী ময়িলস্বামী আন্নাডুৰাইক অধ্যক্ষৰ দায়িত্ব

July 1, 2026 8:58 pm
ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ  : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

ভাৰতীয় ৰেলৱেত চাকৰিৰ ডাঙৰ সুযোগ : নিযুক্তি পাব ৬ হাজাৰৰো অধিক প্ৰাৰ্থীয়ে

July 1, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd