• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ম্যানমাৰৰ পৰা অহা তিনি আলফা (স্বাধীন) কেডাৰক অৰুণাচলৰ খুনচাত আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 28, 2020 6:13 pm
Three ULFA (I) cadres held in Arunachal Pradesh’s Khunsa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশৰ খুনচাত ৩জনকৈ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ উভতি অহাৰ সময়ত আজি পুৱা আছাম ৰাইফলছৰ জালত পৰে ৩জনকৈ আলফা কেডাৰ।

অৰুণাচল প্ৰদেশৰ খুনচা আৰক্ষী থানাৰ অন্তৰ্গত নংল অঞ্চলৰ পৰা ৬নং আছাম ৰাইফলছৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি আলফা কেডাৰ কেইজনক আটক কৰিছে।

আটকাধীন কেডাৰ কেইজনৰ নাম ক্ৰমে হিৰনীয়া মৰান ওৰফে গদা অসম (২৮), সঞ্জয় বৰা ওৰফে কবিৰ অসম (২৭), নয়ন গগৈ ওৰফে ৰঞ্জন অসম (২৫) বুলি জানিব পৰা গৈছে।

ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোক কুটাঘাটৰ পৰিকল্পনাৰে আহিছিল বুলি ৰাইফলছৰ সূত্ৰে প্ৰকাশ কৰিছে।

আটকাধীন স্বয়ম্ভূ চাৰ্জেণ্ট মেজৰ গদা অসম ওৰফে হিৰন্ময় মৰাণৰ ঘৰ টঙনাৰ হাতীগড়ত।

স্বয়ম্ভূ চাৰ্জেণ্ট কবিৰ অসম ওৰফে সঞ্জয় বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ৰঞ্জন অসম ওৰফে নয়ন গগৈৰ ঘৰ সোণাৰিৰৰ সাপেখাতিত।

তিনিজনৰ পৰা তিনিটা পইণ্ট ৩২ পিষ্টল আৰু তিনিটা মেগজিন জব্দ কৰা হৈছে।

তিনিওজনকে বৰ্তমান সোধপোচ অব্যাহত ৰখা হৈছে।

বৰ্তমান আটকাধীন আলফা কেডাৰ কেইজনক আছাম ৰাইফলছে নিজৰ জিম্মাত ৰাখিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd