• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বুধবাৰে অনুষ্ঠিত হ’ব চৰকাৰৰ সৈতে মিজো বিদ্ৰোহীৰ শান্তি আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2018 12:23 pm
HPC-D-rebels-570x320
118
VIEWS
Share on FacebookShare on Twitter

মিজোৰাম চৰকাৰ আৰু আলোচনাপন্থী বিদ্ৰোহী গোট হামৰ পীপলছ কনভেনশ্যন (ডেম’ক্ৰেট)ৰ মাজত বহু বিলম্বিত শান্তি আলোচনাৰ প্ৰক্ৰিয়া বুধবাৰে আইজলত পুনৰ আৰম্ভ কৰা হ’ব।

মিজোৰাম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব লালবাইকজামাই কয় যে আলোচনাৰ দিন ৫ মাৰ্চত নিৰ্দ্ধাৰিত কৰা হৈছিল যদিও এইচপিচি (ডি) বিদ্ৰোহীৰ সুবিধা অনুসৰি সেয়া স্থগিত ৰখা হৈছিল।

বৰ্তমানৰ এই শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো ২০১৬ চনৰ ১০ আগষ্টত বিষয়া পৰ্যায়ত আৰম্ভ হৈছিল আৰু এইবাৰৰ পৰা ৰাজনৈতিক পৰ্যায়ত আৰম্ভ কৰা হ’ব।

এইচপিচি(ডি)ৰ নেতাসকলে শনিবাৰে আশা প্ৰকাশ কৰিছিল যে মিজোৰাম চৰকাৰৰ সৈতে ৰাজনৈতিক পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আলোচনাই হামৰ সমস্যাটোৰ এটা সমাধানৰ পথ উলিয়াব।

চুবুৰীয়া মণিপুৰত থকা নাম প্ৰকাশত অনিচ্ছুক এইচপিচ(ডি)ৰ নেতাসকলে কয় যে বিদ্ৰোহী সংগঠনটোৱে প্ৰতিনিধি দলটোৰ সদস্য সম্পৰ্কত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই। অৱশ্যে তেওঁলোকে নিশ্চিত কৰিছে যে গোটটোৰ কাৰ্যবাহী সভাপতি লালথানলিয়েন হামৰ প্ৰতিনিধি দলটোত থাকিবই আৰু মুখপাত্ৰ হিচাপে কাৰ্যভাৰ চলাই যাব।

এইচপিচি(ডি) নেতাসকলে কয় যে শান্তি আলোচনাই দীৰ্ঘদিনীয়া হামৰ সমস্যাটোৰ এটা গ্ৰহণযোগ্য সমাধান বিচাৰি উলিয়াব।

চৰকাৰী সূত্ৰই কয় যে অলপতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া প্ৰাক্তন শ্ৰম মন্ত্ৰী লালৰিনমাৱাইয়া ৰালটে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিব।

এইচপিচিয়ে চুক্তি স্বাক্ষৰ হোৱাৰ আগেয়ে মণিপুৰৰ সৈতে লাগি থকা উত্তৰ পূব অংশত বসবাস কৰি থকা হামৰ সম্প্ৰদায়ৰ বাবে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত সুকীয়া স্বায়ত্ত্ব শাসিত জিলাৰ দাবী কৰিছিল।

এইচপিচি (ডি)য়ে অলপতে হামৰ সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰি তুলিবলৈ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ত্ব শাসনৰ দাবীটো পৰিহাৰ কৰিবলৈ মান্তি হৈছিল।

 

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd