• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাছাও জিলাত ক’ভিড আক্রান্ত দ্বিতীয় গৰাকী ব্যক্তিৰ মৃত্যু!

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
September 6, 2020 7:08 am
Screenshot_2020-09-05-23-17-01-69

ডিমা হাছাওত ক'ভিডত মৃত্যু হোৱা দ্বিতীয়গৰাকী ব্যক্তি ঝান্টু চক্ৰৱৰ্তী। ফাইল ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পার্বত্য ডিমা হাছাও জিলাত ক’ভিড আক্ৰান্ত হৈ এতিয়ালৈকে দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

শনিবাৰে মৃত্যু হোৱা ব্যক্তি গৰাকী হৈছে নাম ঝন্টু চক্রৱর্তী (৪৯)। তেওঁৰ ঘৰ মাইবাঙৰ সুভাষ নগৰত।

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি ঝন্টু চক্ৰৱৰ্তীয়ে শাৰিৰীক অসুস্থতা  অনুভৱ কৰাৰ পাছতে মাইবাং অসামৰিক হাস্পাতললৈ যোৱা হয়।

হাস্পাতলত ঝন্টুৰ ৰেপিড এন্টিজেন টেষ্ট (ৰেট) কৰাত ৰিপ’ৰ্ট নিগেটিভ আহে।

কিন্তু শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত তেওঁক মাইবাঙৰ পৰা হাফলং অসামৰিক হাস্পাতললৈ প্ৰেৰণ কৰা হয়।

হাফলঙত ত চিটি স্ক্যান কৰাৰ পাছত চিকিৎসক সকলে ঝন্টুৰ শৰীৰত ক’ৰনাৰ লক্ষণ দেখা পায়। আনহাতে, তেওঁৰ উশাহ লোৱাত সমস্যা হৈছিল।

ইপিনে, দ্বিতীয়বাৰৰ কাৰণে হাফলঙত ৰেপিড টেষ্ট কৰা হয় আৰু ক’ভিড পজিটিভ পোৱা যায়।

ইয়াৰ পাছতে লগে লগে ঝন্টু চক্ৰৱৰ্তীক ক’ভিড কেয়াৰ চেন্টাৰৰ আইচ’লেশ্যনলৈ লৈ যোৱা হয়।

কিন্তু আবেলি পোনে পাঁচ বজাত  চিকিৎসকসকলে ঝন্টু চক্রৱর্তীক মৃত বুলি ঘোষণা কৰে।

ঝন্টু চক্রৱর্তী ডিমা হাছাও জিলাৰ দ্বিতীয় গৰাকী ক’ভিড আক্ৰান্ত মৃত ব্যক্তি যদিও হাফলং ক’ভিড কেয়াৰ চেন্টাৰৰ আইচ’লেশ্যনত মৃত্যু হোৱা প্রথম গৰাকী ৰোগী।

ডিমা হাছাও জিলাৰ প্রথম ক’ভিড আক্রান্ত মৃত ব্যক্তি উমৰাংছুৰ ছানিয়া সাহা(২৫)। তেওঁৰ গুৱাহাটীৰ জিএনআৰচিত মৃত্যু হৈছিল।

উল্লেখ্য, পার্বত্য জিলাত এতিয়ালৈকে ক’ভিড আক্রান্তৰ সংখ্যা হৈছে ৪৬০গৰাকী। সুস্থ হৈ ঘৰত উভতি গৈছে ৩৬১গৰাকী। আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৭গৰাকী আৰু দুগৰাকীৰ মৃত্যু হৈছে।

Tags: COVID-19
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd