• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বছৰি ৩৩০টকা দি লাভ কৰক ২লাখ টকাৰ বীমা; এই চৰকাৰী আঁচনিখনৰ বিষয়ে জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2020 12:34 pm
paosa-1536333356

প্ৰতিনিধিত্বমূলক ফটো।

615
VIEWS
Share on FacebookShare on Twitter

বছৰি ৩৩০টকাৰ কিস্তি দি ২লাখ টকাৰ বীমাৰ সুবিধা পোৱা এইখন এখন চৰকাৰী আঁচনি। এই জীৱন বীমা আঁচনি এবছৰৰ বাবে যদিও প্ৰতিবছৰে ইয়াক নবীকৰণ কৰিব পৰা যায়।

ভাৰত চৰকাৰৰ এই বিশেষ আঁচনিখন হ’ল প্ৰধান মন্ত্ৰী জীৱন বীমা যোজনা।

আঁচনিখনৰ বাবে আপোনাৰ এটা ছেভিংছ একাউন্ট থকাটো জৰুৰী। ইয়াৰ লগতে আপোনাক অটো ডেবিটৰ সুবিধা দিয়া হ’ব।

এই বীমা আঁচনিৰ ম্যাদৰ পৰিধি হৈছে ১জুনৰ পৰা ৩১ মে’লৈকে।

যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। মাথোঁ আবেদনকাৰীৰ বয়স ১৮বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।

আনহাতে, কোনো পলিচি ধাৰক কিবা কাৰণত এই আঁচনিৰ পৰা বাহিৰ হৈ গ’লে তেওঁ পুনৰ বছৰীয়া কিস্তি আদায় দি এই আঁচনি ল’ব পাৰে।

এই আঁচনিত ৫৫বছৰলৈকে লাইফ কভাৰ থাকে। কোনো কাৰণত পলিচি ধাৰকৰ মৃত্যু হ’লেও প্ৰধান মন্ত্ৰী জীৱন বীমা যোজনাত বীমা কভাৰ পোৱা যাব।

মন কৰিবলগীয়া কথাটো হ’ল আবেদনকাৰীয়ে এটা বেংক একাউন্ট আৰু এটা বীমা সংস্থাতেই এই আঁচনিত অন্তৰ্ভুক্ত হ’ব পাৰিব।

ইপিনে, পলিচি ধাৰকৰ মৃত্যু হ’লে তেওঁৰ নমিনিয়ে দাবী জনাই প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু যি বেংকত মৃত ব্যক্তিগৰাকীৰ একাউন্ট থাকে তালৈ গৈ তেওঁৰ মৃত্যুৰ প্ৰমান পত্ৰ জমা দিব লাগিব।

সকলো পৰীক্ষণৰ পাছত নমিনিৰ একাউন্টত ২লাখ টকা জমা কৰা হ’ব।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd